■ বহু প্ৰতীক্ষাৰ অন্তত ২৬ নৱেম্বৰত বজাৰত মুকলি কৰা হ’ব Nissan Magnite ।
■ ৰেন’ নিচান মেগনাইত CMF-A+ প্লেটফর্মত আধাৰিত নতুনকৈ আহিবলগীয়া nissan magnite ।
■ ২টা পেট্ৰল ইঞ্জিনযুক্ত সুবিধাৰ স’তে বজাৰত অতি শীঘ্ৰেই বজাৰত মুকলি কৰিব নতুন আকৰ্ষণীয় গাড়ী Nissan Magnite ।
■ Nissan Magnite চাৰিটা মূল বৈশিষ্ট্যযুক্ত – এক্সই, এক্সএল, এক্সভি আপাৰ আৰু এক্সভি প্ৰিমীয়াম।
■ গাড়ীখনৰ মূল্য আৰম্ভ হৈছে ৬.৫ লাখৰ পৰা ।
অৱশেষত বজাৰত মুকলি কৰিবলৈ দিন ধার্য কৰিলে Nisaan Magniteয়ে
-
By publisher

- Categories: India, TechWorld
- Tags: Nissan MagniteRenault-Nissan
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ
By
publisher
February 22, 2025