জেলৰ কোঠা আৰু বাথৰুমত কেমেৰা লগোৱাৰ অভিযোগ কৰি চৰকাৰক সমালোচনা কৰিলে মৰিয়ম নৱাজ শ্বৰীফে

Maryam Nawaz Sharif

পাকিস্তান মুছলিম লীগৰ উপাধ্যক্ষ মৰিয়ম নৱাজ শ্বৰীফে বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰি কয় যে, জেলৰ বিষয়াই জেলৰ কোঠাত আৰু বাথৰুমত কেমেৰা সংযোগ কৰিছিল। এক সাক্ষাৎকাৰত মৰিয়মে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও অৱগত কৰে ।

ADVERTISEMENT

উল্লেখ্য যে, মৰিয়ম নৱাজ শ্বৰীফ বিগত বৰ্ষত চৌধুৰী চুগাৰ মিল ঘটনাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হৈছিল। ‘মই দুবাৰ জেলত গৈছো। কাৰাগাৰত এগৰাকী মহিলাৰ লগত কিদৰে আচৰণ কৰা হৈছে এই বিষয়ে যদি কওঁ তেন্তে তেওঁলোকে মুখ দেখুৱাব নোৱাৰা অৱস্থা হ’ব । চৰকাৰৰ কথা উল্লেখ কৰি মৰিয়মে এনেদৰে কয় ।

Exit mobile version