বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ নীতিশ কুমাৰৰ

65b4082f 74d7 44db ba8b d531dea05edd

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে ৷ একেৰাহে চতুৰ্থবাৰৰ কাৰণে জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰূপে শপত ল’য় ৷

নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপাল ফাগু চৌহানে শপত বাক্য পাঠ কৰোৱায় ।

নীতিশ কুমাৰৰ লগতে বিজেপিৰ তাৰকিশোৰ প্ৰসাদ আৰু ৰেণু দেৱীয়ে উপ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।

চাওঁ আহক  নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ কিছু দৃশ্যাংশ ৷

Exit mobile version