নিৰ্বাচন আয়োগে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ দিন

WhatsApp Image 2020 11 17 at 3.49.55 PM

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিটিছি নিৰ্বাচনৰ দিন।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ’ব চলিত বৰ্ষৰ ৭ ডিচেম্বৰ সোমবাৰে ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ’ব ১০ ডিচেম্বৰ বৃহস্পতিবাৰে ।

আনহাতে ভোট গণনা হ’ব ১২ ডিচেম্বৰ শনিবাৰে ৷

এই কথা সদৰী কৰিছে নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে।

Exit mobile version