অসমৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰে: হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma press meet on Coronavirus

হোটেল ৰেডিশ্যন ব্লুত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

সংবাদমেলত মন্ত্ৰী ড° শৰ্মাৰ কাশ্মীৰৰ ৩৭০ ৰ সন্দৰ্ভত মন্তব্য পৃথিৱীৰ কোনো শক্তিয়ে ৩৭০ ক ঘূৰাই আনিব নোৱাৰে ৷

লগলে বদৰুদ্দিন আজমল,AIUDF ৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷

অসমৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰে৷

BJP আৰু BPF ৰ পাঁচ বছৰৰ কাৰণে মিত্ৰতা আছিল। সেই মিত্ৰতা পুনৰ নহয় ৷বিজেপিয়ে এইবাৰ অকলেই প্ৰতিদ্বন্দ্বীতা কৰিব ৷

ৰাইজৰ দল আৰু আছুক একত্ৰিত হ’বলৈ আহ্বান মন্ত্ৰী ড° শৰ্মাৰ ।

লগতে কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান মন্ত্ৰী ড° শৰ্মাই।

কৰ”নাৰ সময়ত বিটিছি নিৰ্বাচন সৰ্বদলীয় সিদ্ধান্ত মৰ্মে অনুষ্ঠিত হৈছে ৷

Exit mobile version