কামাখ্যাত ১৯ কেজি ওজনৰ সোণৰ গম্বুজ মুকলি

f6a3b4a1 3b5a 4c93 b024 15d2b35d83fc

কামাখ্যা মন্দিৰত সোণৰ গম্বুজ মুকলি ৷

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ স্বত্তাধিকাৰীৰ মুকেশ আম্বানি আৰু নীতা আম্বানিয়ে মন্দিৰৰ এই সোণৰ কাৰুকাৰ্য কৰি দিছে ৷

কামাখ্যাত মন্দিৰৰ পূৰ্বৰ কলচিৰ ওপৰত সোণৰ প্ৰলেপ দিয়া হৈছে।

ইয়াৰ কাৰণে প্ৰয়োজন হৈছে ১৯ কেজি সোণ।

এই সোণ বহন কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে ৷

আজি অনুষ্ঠিত আয়োজিত অনুষ্ঠানত মুকলি হয় সোণৰ গম্বুজ ।

Exit mobile version