■ দিল্লীৰ চিকিৎসালয়ত কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৮০% আইচিইউযুক্ত বিছনা সংৰক্ষণৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে ।
■ বৃহস্পতিবাৰে ৪২খন বেচৰকাৰী চিকিৎসালয়ত ২৬০খন আইচিইউযুক্ত বিছনা সংৰক্ষণৰ কথা টুইটাৰ যোগে ঘোষণা কৰে দিল্লীৰ স্বাস্থ্য শমন্ত্ৰী সতেন্দ্ৰ জৈনে ।
■ ইয়াৰ পিছত ক’ভিদ ৰোগীৰ চিকিৎসাৰ বাবে বেচৰকাৰী হাস্পতালত বিছনাৰ সংখ্যা বৃদ্ধি পাব ২,৬৪৪ খনলৈ।
৪২ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে ৮০% আইচিইউযুক্ত বিছনা সংৰক্ষণৰ নিৰ্দেশ দিল্লী চৰকাৰৰ
-
By publisher
Related Content
Congress protests by burning candles: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ মম জ্বলাই প্ৰতিবাদ
By
publisher
November 19, 2024
Cm Pressmeet Addressing:কৰিমগঞ্জ'ৰ নতুন নাম 'শ্রীভূমি
By
publisher
November 19, 2024
Sagarmanthan:নতুন দিল্লীত বিশ্ব পৰ্যায়ৰ সামুদ্রিক অনুষ্ঠান "সাগৰমন্থন: দ্য গ্রেট অ'চেনছ্ ডায়লগ অনুষ্ঠান
By
publisher
November 19, 2024
Aap Protest:খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ
By
publisher
November 19, 2024
Lakhipur Incident:দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁত ৰহস্যজনকভাৱে ঘটনাস্থলীত উদ্ধাৰ
By
publisher
November 19, 2024