■ দিল্লীৰ চিকিৎসালয়ত কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৮০% আইচিইউযুক্ত বিছনা সংৰক্ষণৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে ।
■ বৃহস্পতিবাৰে ৪২খন বেচৰকাৰী চিকিৎসালয়ত ২৬০খন আইচিইউযুক্ত বিছনা সংৰক্ষণৰ কথা টুইটাৰ যোগে ঘোষণা কৰে দিল্লীৰ স্বাস্থ্য শমন্ত্ৰী সতেন্দ্ৰ জৈনে ।
■ ইয়াৰ পিছত ক’ভিদ ৰোগীৰ চিকিৎসাৰ বাবে বেচৰকাৰী হাস্পতালত বিছনাৰ সংখ্যা বৃদ্ধি পাব ২,৬৪৪ খনলৈ।
৪২ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে ৮০% আইচিইউযুক্ত বিছনা সংৰক্ষণৰ নিৰ্দেশ দিল্লী চৰকাৰৰ
