ওদালগুৰিত বিশ্বজিৎ দৈমাৰীকে ধৰি ৬ বিজেপি নেতাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

WhatsApp Image 2020 11 22 at 4.02.40 PM

■ বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মোচাহাৰী বিজেপি গমনৰ পিছতে উত্তপ্ত হৈ পৰিছে বিটিচি ।

■ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিত বিপিএফে দাহ কৰিলে ৬ বিজেপি নেতাৰ প্ৰতিকৃতি ।

■ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ কুমাৰ দাস , দিলীপ শইকীয়া, বিশ্বজিৎ দৈমাৰী , ইমানুৱেল মোছাহাৰী, ভৱেশ কলিতাৰ প্ৰতিকৃতি দাহ ।

■ বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মোছাহাৰীক বিশ্বাসঘাটক আখ্যা বিপিএফ নেতৃত্বৰ ।

■ বিপিএফৰ ৰৌতা, ধনশ্ৰী, পাচনৈ চৰফাং ব্লক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

■ ৰৌতা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী বিপিএফৰ ।

Exit mobile version