বলিউডৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল ভাৰতীৰ স্বামী

pjimage 1 1587210682

■ বলিউডৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল ভাৰতীৰ স্বামী হৰ্ষ লিম্বাশ্বিয়া ।

■ ৩৩ বছৰীয়া স্ক্ৰীনৰাইটাৰ, প্ৰযোজক হৰ্ষক দেওবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

■ ইয়াৰ পিছত প্ৰায় ১৫ ঘণ্টা এন চিবিয়ে সোধপোচ কৰে ।
■ উল্লেখ্য যে, পত্নী ভাৰতী সিঙক ড্ৰাগছৰ সন্দৰ্ভত আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ।
■ দুয়োৰে মুম্বাইস্থিত ঘৰত ড্ৰাগছৰ তদন্তকাৰী সংস্থাই শনিবাৰে তালাচী অভিযান চলাই উদ্ধাৰ কৰিছিল নিষিদ্ধ ড্ৰাগছ ।

Exit mobile version