বলিউড জোঁকাৰি যোৱা মাদককাণ্ডত জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামীক ন্যায়িক জিম্মাত প্ৰেৰণ

938980 bharti singh husband 1

● বলিউডৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক ১৪দিনৰ ন্যায়িক জিম্মালৈ আদালতে প্ৰেৰণ কৰে ।

● এন চি বিৰ এটা দলে শনিবাৰে ভাৰতী সিঙৰ কাৰ্যালয়ত ড্ৰাগছৰ তালাচী চলাইছিল ।

● এন চি বি য়ে চলোৱা তালাচীত জব্দ হয় ৪৬.৫ গ্ৰাম গাঞ্জা ।

● কমেও ১২ ঘণ্টা ধৰি সোধ-পোচ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় ভাৰতীৰ স্বামী হৰ্ষক ।

● ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াক ৪ ডিচেম্বৰলৈকে ন্যায়ক জিম্মালৈ প্ৰেৰণ কৰে মুম্বাইৰ আদালতে ।

● NCBৰ জেৰাত গাঞ্জা সেৱন কৰাৰ কথা স্বীকাৰ কৰে ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষই ।

● NCBৰ দলে জানিবলৈ দিয়া মতে জব্দ হোৱা গাঞ্জাৰ পৰিমাণ আইনৰ অধীনত কম পৰিমাণৰ বুলি গণ্য কৰা হয় ।

Exit mobile version