সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক গুৰুত্ব বিজেপিত

Screenshot 64

ৰাজ্যৰ পুনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত শুকুৰবাৰে দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নম্র, গৃহমন্ত্রী তথা কোনাে ধৰণৰ আপােচ নকৰে বিজেপিয়ে। শেষ প্রার্থী প্রাক্তন সভাপতি অমিত শ্বাহৰ সতে ৰাজ্যৰ দলৰ তিনি বাছনিৰ ক্ষেত্ৰত হওঁক অথবা নির্বাচনৰ আন আন দিশবােৰত মুৰব্বীৰ বৈঠকতা এনে ইংগিত দিয়া হয়। অমিত গাহে এই হওঁক। তাৰ বাবে শাসক দলটোৱে প্রার্থী বাছনিৰ ক্ষেত্ৰত বিষয়টোত সর্বাধিক গুৰুত্ব আৰােপ কৰে। অৱশ্যে বিজেপিয়ে এতিয়াৰে পৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কেবল অসমত নির্বাচন কেন্দ্রিক কাম-কাজ পূর্বৰে পৰা অব্যাহত জাৰ সম্ভাৱনা থকা সকলকহে এইবাৰ বিজেপিয়ে প্রার্থিত ৰাখিছে। সেইবাবেই কেৱল সমষ্টি দখল নিশ্চিত কৰিবলৈ প্রদান কৰিব।

দলৰ প্রতি কোন কিমান দায়বদ্ধ, কোন জ্যেষ্ঠ, বিৰােধী দলৰ নেতা-নেত্রীক আমদানিৰ চেষ্টাও অব্যাহত ৰখা কোন কনিষ্ঠ, কোন সক্রিয়, কোন সক্রিয় নহয়, কোন হৈছে। বিশেষকৈ কংগ্ৰেছৰ কে’বাজনাে বিধায়ক-বিধায়িকা,বিজেপিৰ দুর্যোৰ বিৰােধী— এইবােৰ এইবাৰ গৌণ কেবল প্রাক্তন বিধায়ক নীদিন লক্ষ্য হৈ আহিছে । বিজেপিৰ যি কাৰণতে নহওক সেইসকলৰ একাংশই বিজেপিৰ তৎপৰতাৰ প্ৰতি সঁহাৰি জনাইছে।

আন একাংশ আছে অত্যন্ত দোষােৰ-মােধােৰ অৱস্থাত বিজেপিত যােগ দিব বুলি সম্প্রতি চৰ্চাৰ তুংগত থকা এটা নাম হ’ল গােলাঘাটৰ কংগ্ৰেছ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগ। তেওঁ বিজেপিত যােগ দিব বুলি দীর্ঘদিনৰ পৰা ৰাজ্যৰ ৰাজনৈতিক মহলত চর্চা চলি আহিছে। শেহতীয়াকৈ নেওগে বিজেপিত যােগদানৰ সিদ্ধান্ত চূড়ান্ত কৰে। তাকে লৈ গােলাঘাট জিলা কংগ্রেছৰ প্ৰায় সকলাে শাখা-সংগঠনৰ লগত তেওঁ মাৰাথন বৈঠকত মিলিত হয়। তাৰে একাংশই নেওগ সিদ্ধান্তক সমর্থন জনােৱাৰ বিপৰীতে আন একাংশই তীব্র বিৰােধ কৰিছে ইপিনে, নেওগে বিজেপিত যােগ দিব বিচৰাক লৈ গােলাঘাট বিজেপিতাে তীব্র বিৰােধ অব্যাহত আছে। কাৰণ জিলাখনৰ বিজেপিয়ে সদায় নেওগৰ বিৰােধিতা কৰি আহিছে। তাকে লৈ বিভিন্ন সময়ত সংঘাততাে লিপ্ত হৈছে।

তদুপৰি নেওগৰ আগমনে বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰসকলৰাে আশাত চেঁচা পানী ঢালিব বুলি সকলােৱে শংকিত হৈছে। নেওগক কোনাে কাৰণতে গ্ৰহণ কৰা নহয় বুলি গােলাঘাট বিজেপিয়ে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছে। বিশেষকৈ সভাপতি দাসক ধাৰাবাহিক হেঁচা দি থকা হৈছে। এনে পৰিস্থিতিত সম্পূর্ণ দোষােৰ-মােধােৰ অৱস্থাত অপেক্ষা কৰিছে অজন্তা নেওগে।

কংগ্ৰেছৰ আন এগৰাকী বিধায়িকা সৰুপথাৰৰ ৰােজলিনা তির্কীৰ স্থিতিও সম্প্রতি স্পষ্ট নহয়। অথচ বিধায়িকাগৰাকীক বিজেপি নহ’লেও অসম গণ পৰিষদলৈ অনাৰ চেষ্টা অব্যাহত আছে। এই ক্ষেত্ৰত মূল ভূমিকা লৈছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।বিধায়িকাগৰাকীয়ে বিজেপিত যােগ দিয়াৰ ক্ষেত্ৰত সম্পূর্ণ সহমতত নাই। সেয়েহে মন্ত্রী ড° শৰ্মাই তেওঁক অসম গণ পৰিষদত যােগ দিয়াৰ বাবে হেঁচা দিছে। উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা অব্যাহত থকাটো নিশ্চিত। ইপিনে, অগপই সদায় সৰুপথাৰ সমষ্টিটো দাবী কৰি আহিছে। কাৰণ এই সমষ্টিটোত পূর্বৰে পৰা আঞ্চলিক দলটোৰ শক্তিশালী ভেটি আছে।

বিজেপিয়ে উলিওৱা হিচাপ অনুসৰি সাংগঠনিক ভেটি থাকিলেও অগপৰ প্রার্থী এইবাৰাে সমষ্টিটোত বিজয়ী হােৱাৰ সম্ভাৱনা ক্ষীণ। তেনে ক্ষেত্ৰত সমষ্টিটো হাতৰ পৰা ওলাই যাব নােৱাৰাকৈ ৰােজলিনা তির্কীকেই অগপলৈ আনি প্রার্থিত্ব দিব বিচৰা হৈছে।প্রসংগক্রমে উল্লেখ্য যে অধিকসংখ্যক সমষ্টি দখলৰ অংকৰে বিজেপিয়ে এইবাৰ অগপক তেওঁলােকৰ দলটোৰ দাবী অনুসৰি সমষ্টি এৰি দিয়াৰ সম্ভাৱনা কম।অৱশ্যে সৰুপথাৰ দখলৰ বাবেই ৰােজলিনা তিকীৰ জৰিয়তে সমষ্টিটোত অগপৰ প্রার্থী প্রক্ষেপৰ কৌশল লােৱা হৈছে। এই সময়ত চৰ্চাত থকা আন এটা নাম হ’ল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগােহাঁই। থাওৰাৰ প্রাক্তন বিধায়কজনক দললৈ আনি আহােম ভােটৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে বিজেপিয়ে। থাওৰাৰ পৰা প্রার্থিত্ব প্রদানৰাে তেওঁক আশ্বাস দিয়া হৈছে।

তপন গগৈৰ ঠাইত বুঢ়াগােহাঁইক দিল্লীলৈ প্ৰেৰণৰাে টোপ দিয়া হৈছে কাৰণ সাংসদ গগৈ ৰাজ্যৰ ৰাজনীতিৰ প্ৰতিহে অধিক আগ্রহী। সাংসদ হৈ তেওঁ মুঠেও সন্তুষ্ট নহয় বুলি বিভিন্ন সময়ত দলৰ মজিয়াত ব্যক্ত কৰি আহিছে। বিজেপিৰ পৰা হেঁচা অব্যাহত আছে কমলাক্ষ্য দে পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীৰ ওপৰতাে ; কিন্তু দুয়ােজন বিধায়কে বিজেপিৰ প্ৰস্তাৱ নাকচ কৰি আহিছে। এনেদৰে দখল কৰা সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ সর্বতাে প্ৰকাৰৰ চেষ্টা বিজেপিত অব্যাহত আছে।

Exit mobile version