Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক গুৰুত্ব বিজেপিত

publisher by publisher
November 23, 2020
in India, News, Politics
Reading Time: 1 min read
0
সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক গুৰুত্ব বিজেপিত
0
SHARES
4
VIEWS
ShareShareShareShare

ৰাজ্যৰ পুনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত শুকুৰবাৰে দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নম্র, গৃহমন্ত্রী তথা কোনাে ধৰণৰ আপােচ নকৰে বিজেপিয়ে। শেষ প্রার্থী প্রাক্তন সভাপতি অমিত শ্বাহৰ সতে ৰাজ্যৰ দলৰ তিনি বাছনিৰ ক্ষেত্ৰত হওঁক অথবা নির্বাচনৰ আন আন দিশবােৰত মুৰব্বীৰ বৈঠকতা এনে ইংগিত দিয়া হয়। অমিত গাহে এই হওঁক। তাৰ বাবে শাসক দলটোৱে প্রার্থী বাছনিৰ ক্ষেত্ৰত বিষয়টোত সর্বাধিক গুৰুত্ব আৰােপ কৰে। অৱশ্যে বিজেপিয়ে এতিয়াৰে পৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কেবল অসমত নির্বাচন কেন্দ্রিক কাম-কাজ পূর্বৰে পৰা অব্যাহত জাৰ সম্ভাৱনা থকা সকলকহে এইবাৰ বিজেপিয়ে প্রার্থিত ৰাখিছে। সেইবাবেই কেৱল সমষ্টি দখল নিশ্চিত কৰিবলৈ প্রদান কৰিব।

ADVERTISEMENT

দলৰ প্রতি কোন কিমান দায়বদ্ধ, কোন জ্যেষ্ঠ, বিৰােধী দলৰ নেতা-নেত্রীক আমদানিৰ চেষ্টাও অব্যাহত ৰখা কোন কনিষ্ঠ, কোন সক্রিয়, কোন সক্রিয় নহয়, কোন হৈছে। বিশেষকৈ কংগ্ৰেছৰ কে’বাজনাে বিধায়ক-বিধায়িকা,বিজেপিৰ দুর্যোৰ বিৰােধী— এইবােৰ এইবাৰ গৌণ কেবল প্রাক্তন বিধায়ক নীদিন লক্ষ্য হৈ আহিছে । বিজেপিৰ যি কাৰণতে নহওক সেইসকলৰ একাংশই বিজেপিৰ তৎপৰতাৰ প্ৰতি সঁহাৰি জনাইছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

আন একাংশ আছে অত্যন্ত দোষােৰ-মােধােৰ অৱস্থাত বিজেপিত যােগ দিব বুলি সম্প্রতি চৰ্চাৰ তুংগত থকা এটা নাম হ’ল গােলাঘাটৰ কংগ্ৰেছ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগ। তেওঁ বিজেপিত যােগ দিব বুলি দীর্ঘদিনৰ পৰা ৰাজ্যৰ ৰাজনৈতিক মহলত চর্চা চলি আহিছে। শেহতীয়াকৈ নেওগে বিজেপিত যােগদানৰ সিদ্ধান্ত চূড়ান্ত কৰে। তাকে লৈ গােলাঘাট জিলা কংগ্রেছৰ প্ৰায় সকলাে শাখা-সংগঠনৰ লগত তেওঁ মাৰাথন বৈঠকত মিলিত হয়। তাৰে একাংশই নেওগ সিদ্ধান্তক সমর্থন জনােৱাৰ বিপৰীতে আন একাংশই তীব্র বিৰােধ কৰিছে ইপিনে, নেওগে বিজেপিত যােগ দিব বিচৰাক লৈ গােলাঘাট বিজেপিতাে তীব্র বিৰােধ অব্যাহত আছে। কাৰণ জিলাখনৰ বিজেপিয়ে সদায় নেওগৰ বিৰােধিতা কৰি আহিছে। তাকে লৈ বিভিন্ন সময়ত সংঘাততাে লিপ্ত হৈছে।

তদুপৰি নেওগৰ আগমনে বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰসকলৰাে আশাত চেঁচা পানী ঢালিব বুলি সকলােৱে শংকিত হৈছে। নেওগক কোনাে কাৰণতে গ্ৰহণ কৰা নহয় বুলি গােলাঘাট বিজেপিয়ে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছে। বিশেষকৈ সভাপতি দাসক ধাৰাবাহিক হেঁচা দি থকা হৈছে। এনে পৰিস্থিতিত সম্পূর্ণ দোষােৰ-মােধােৰ অৱস্থাত অপেক্ষা কৰিছে অজন্তা নেওগে।

কংগ্ৰেছৰ আন এগৰাকী বিধায়িকা সৰুপথাৰৰ ৰােজলিনা তির্কীৰ স্থিতিও সম্প্রতি স্পষ্ট নহয়। অথচ বিধায়িকাগৰাকীক বিজেপি নহ’লেও অসম গণ পৰিষদলৈ অনাৰ চেষ্টা অব্যাহত আছে। এই ক্ষেত্ৰত মূল ভূমিকা লৈছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।বিধায়িকাগৰাকীয়ে বিজেপিত যােগ দিয়াৰ ক্ষেত্ৰত সম্পূর্ণ সহমতত নাই। সেয়েহে মন্ত্রী ড° শৰ্মাই তেওঁক অসম গণ পৰিষদত যােগ দিয়াৰ বাবে হেঁচা দিছে। উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা অব্যাহত থকাটো নিশ্চিত। ইপিনে, অগপই সদায় সৰুপথাৰ সমষ্টিটো দাবী কৰি আহিছে। কাৰণ এই সমষ্টিটোত পূর্বৰে পৰা আঞ্চলিক দলটোৰ শক্তিশালী ভেটি আছে।

বিজেপিয়ে উলিওৱা হিচাপ অনুসৰি সাংগঠনিক ভেটি থাকিলেও অগপৰ প্রার্থী এইবাৰাে সমষ্টিটোত বিজয়ী হােৱাৰ সম্ভাৱনা ক্ষীণ। তেনে ক্ষেত্ৰত সমষ্টিটো হাতৰ পৰা ওলাই যাব নােৱাৰাকৈ ৰােজলিনা তির্কীকেই অগপলৈ আনি প্রার্থিত্ব দিব বিচৰা হৈছে।প্রসংগক্রমে উল্লেখ্য যে অধিকসংখ্যক সমষ্টি দখলৰ অংকৰে বিজেপিয়ে এইবাৰ অগপক তেওঁলােকৰ দলটোৰ দাবী অনুসৰি সমষ্টি এৰি দিয়াৰ সম্ভাৱনা কম।অৱশ্যে সৰুপথাৰ দখলৰ বাবেই ৰােজলিনা তিকীৰ জৰিয়তে সমষ্টিটোত অগপৰ প্রার্থী প্রক্ষেপৰ কৌশল লােৱা হৈছে। এই সময়ত চৰ্চাত থকা আন এটা নাম হ’ল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগােহাঁই। থাওৰাৰ প্রাক্তন বিধায়কজনক দললৈ আনি আহােম ভােটৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে বিজেপিয়ে। থাওৰাৰ পৰা প্রার্থিত্ব প্রদানৰাে তেওঁক আশ্বাস দিয়া হৈছে।

তপন গগৈৰ ঠাইত বুঢ়াগােহাঁইক দিল্লীলৈ প্ৰেৰণৰাে টোপ দিয়া হৈছে কাৰণ সাংসদ গগৈ ৰাজ্যৰ ৰাজনীতিৰ প্ৰতিহে অধিক আগ্রহী। সাংসদ হৈ তেওঁ মুঠেও সন্তুষ্ট নহয় বুলি বিভিন্ন সময়ত দলৰ মজিয়াত ব্যক্ত কৰি আহিছে। বিজেপিৰ পৰা হেঁচা অব্যাহত আছে কমলাক্ষ্য দে পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীৰ ওপৰতাে ; কিন্তু দুয়ােজন বিধায়কে বিজেপিৰ প্ৰস্তাৱ নাকচ কৰি আহিছে। এনেদৰে দখল কৰা সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ সর্বতাে প্ৰকাৰৰ চেষ্টা বিজেপিত অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBJPElection
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d