প্রিয় নেতা তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলিৰে অগণন গুণমুগ্ধ: কলাক্ষেত্ৰত

WhatsApp Image 2020 11 25 at 12.58.24 PM

●প্ৰয়াত তৰুণ গগৈক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ বাবে গুৱাহাটীত উপস্থিত হ’ল নিখিল ভাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী
●শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৰুণ গগৈক শ্রদ্ধাঞ্জলি জনাই ভাৰতী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সাংসদ ৰাহুল গান্ধীয়ে ।
●তৰুণ গগৈৰ নশ্বৰ দেহ বৃহস্পতিবাৰে পুনৰ দিশপুৰৰ চৰকাৰী বাসগৃহলৈ লৈ যোৱা হব ।

●২৬ তাৰিখে নৱগ্রহ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ।
●শেষ কৃত্য সম্পন্ন হোৱাৰ পূর্বে মহানগৰীৰ কেইটামান মন্দিৰ, মছজিদ, নামঘৰ,গির্জালৈ নিয়া হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ।
●তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পুত্ৰ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ লগত আলোচনাত মিলিত হব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ।

Exit mobile version