Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

ULFA (I ) members enter Guwahati with explosives:গুৱাহাটীত বিস্ফোৰকসহ আলফা (স্বাঃ) সদস্যৰ প্ৰৱেশ !

থৰকাছুটি হেৰুৱাইছে আৰক্ষীয়ে, গণৰাজ্য দিৱসৰ লগতে বিনিয়োগ সন্মিলনক লৈ উদ্বেগ, নিৰাপত্তা এশ শতাংশ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আৰক্ষীক

publisher by publisher
January 23, 2025
in Crime, India, News
Reading Time: 3 mins read
0
ULFA (I ) members enter Guwahati with explosives:গুৱাহাটীত বিস্ফোৰকসহ আলফা (স্বাঃ) সদস্যৰ প্ৰৱেশ !
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

ULFA (I ) members entry Guwahati with explosives:

মাজতে কেইবছৰমানৰ বিৰতিৰ পাছত পুনৰ গণৰাজ্য আৰু স্বাধীনতা দিৱসক লৈ আলফা (স্বাধীন)ৰ ভীতিয়ে খেদিছে অসম আৰক্ষীক।

ADVERTISEMENT

চৰকাৰে ৰাজ্যত শান্তি স্থাপনত উগ্রপন্থী সংগঠনেও ক্রমে সহযোগিতা কৰিবলৈ ধৰা বুলি দাবী কৰি আহিছে; কিন্তু সেই দাবীক যোৱা স্বাধীনতা দিৱসত একেবাৰে অর্থহীন আৰু সাধাৰণ ৰাইজৰ বাবে বিপজ্জনকো বুলি প্রমাণ কৰি দিলে আলফা (স্বাঃ)ই। তাৰ পাছতে এইবাৰ গণৰাজ্য দিৱসক লৈ শংকিত হৈছে অসম আৰক্ষী।

যোৱা ১৫ আগষ্টত দিছপুৰৰ মন্ত্ৰীৰ আৱাসৰ সমীপতে শক্তিশালী আইইডি উদ্ধাৰ হয়। ৰাজধানী দিছপুৰৰ নিৰাপত্তা ব্যবস্থাক ভ্রূকুটি কৰি আলফা (স্বাঃ)ৰ সদস্যই কোন তলকত আইইডি এটা সংস্থাপন কৰি থৈ গৈছিল, তাৰ কোনেও ভু-কে নাপালে। একেদৰে গুৱাহাটীৰ আন তিনিটা স্থানৰ উপৰি ৰাজ্যৰ প্ৰায় ২৪ টা স্থানত সংগঠনটোরে বোমা সংস্থাপন কৰিছিল। অৱশ্যে এই সংস্থাপনৰ লক্ষ্য বিস্ফোৰণ নাছিল, কেৱল শক্তি প্রদর্শন আৰু আৰক্ষী-প্ৰশাসনক ভাবুকি প্রদানহে আছিল বুলি স্পষ্ট হয়।

এইবাৰ কিন্তু সংগঠনটোৰ এনে উদ্দেশ্য নাই। এইবাৰ বিস্ফোৰণৰ লক্ষ্যৰে সংগঠনটো সক্রিয় হোৱাৰ খবৰ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ চোৰাংচোৱাই উদ্ধাৰ কৰিছে আৰু তাৰ পাছতে নিৰাপত্তা নিশ্চিতকৰণক লৈ একপ্ৰকাৰ থৰকাছুটি হেৰুৱাইছে সংশ্লিষ্ট পক্ষবোৰে।

কেৱল যে গণৰাজ্য দিৱসেই নিৰাপত্তাৰ দিশটোৰ লগত জড়িত আছে এনে নহয়, সন্মুখত আছে এডভান্টেজ আছামো। অসমত শান্তি প্রতিষ্ঠা হৈছে আৰু বিনিয়োগৰ সৃষ্টি হৈছে সুচল পৰিৱেশৰ- এই বাৰ্তাৰে ৰাজ্যখনত বিনিয়োগকাৰী বিচাৰি সম্প্রতি স্বয়ং মুখ্যমন্ত্রী ইখনৰ পাছত সিখন দেশ ঢপলিয়াই ফুৰিছে। তাৰ আগমুহূৰ্তত যদি অপ্রত্যাশিত কোনো ঘটনা সংঘটিত হয়, তেন্তে বিনিয়োগ সম্মিলনেই গুৰুতৰভাৱে প্রভাৱিত হোৱাৰ আশংকা আছে।

সেয়েহে গণৰাজ্য দিৱস এশ শতাংশ সুকলমে অনুষ্ঠিত কৰাৰ আপ্রাণ চেষ্টা গৃহ বিভাগে চলাইছে। এনে সময়তে ম্যানমাৰৰ পৰা আলফা (স্বাঃ) ৰ কে’বাটাও দলে অসমত প্ৰৱেশ কৰাৰ খবৰ স্বাভাৱিকতে মূৰৰ কামোৰণি হৈ পৰিছে আৰক্ষীৰ লগতে চৰকাৰৰো।

প্রসংগক্রমে উল্লেখ্য যে ম্যানমাৰৰ পৰা সংগঠনটোৰ দুইৰ পৰা তিনিটা দলে ৰাজ্যত প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই কথা সদৰী কৰিছে। আলফা (স্বাঃ) ব দলকেইটাৰ সন্ধানত সমগ্ৰ পূব অসমত আৰক্ষী, অর্ধসামৰিক বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আদিয়ে যৌথ অভিযান অব্যাহত ৰাখিছে।

ইয়াকে লৈ ৰাজ্যৰ অধিকাংশ জিলাত তালাচী অভিযানো ব্যাপক ৰূপত চলিছে। দুচকীয়া, চাৰিচকীয়া বাহন তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে। সকলো জিলাৰ আৰক্ষী অধীক্ষকক এনে তালাচীৰ মাত্রা ত্বৰান্বিত কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানে নির্দেশ জাৰি কৰিছে।

আনহাতে, ৰাজ্যৰ গৃহ বিভাগৰ সূত্ৰই ‘দৈনিক অগ্রদূত’ক কয় যে সম্প্রতি বিদেশত থাকিলেও মুখ্যমন্ত্রীয়ে বিষয়টো পর্যবেক্ষণ কৰি আছে। এই সময়ছোৱাত ৰাজ্যখনত যাতে এটা অপ্রত্যাশিত ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰবাবে মুখ্যমন্ত্ৰীয়ে সঞ্চালক প্রধানকে ধৰি আৰক্ষীৰ সকলো শীর্ষ বিষয়াক সতৰ্ক কৰি দিছে। সমান্তৰালভাৱে কেন্দ্রীয় নিৰাপত্তা সংস্থাসমূহৰ পৰাও এই ক্ষেত্ৰত এশ শতাংশ সহযোগিতা বিচাৰি যোগাযোগ অব্যাহত ৰাখিছে।

গুৱাহাটীৰ পৰিস্থিতি সকলোৰে বাবে উদ্বেগজনক হৈছে। স্বাধীনতা দিৱসত বোমা সংস্থাপনৰ যি কাণ্ড সংঘটিত হৈছিল, তাৰ প্ৰতিক্রিয়াই আজিও অসম আৰক্ষীক কঁপাই আছে। বিস্ফোৰিত নহ’লেও বোমা সংস্থাপন কৰাটোৱেই যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীবোৰৰ চৰম ব্যৰ্থতাৰ প্ৰমাণ, তাক প্রমাণিত কৰিছে। গতিকে গুৱাহাটীৰ নিৰাপত্তা যিকোনো প্রকাবে নিশ্চিত কৰিবলৈ উঠি পৰি লাগিছে আৰক্ষীৰ লগতে সকলো নিৰাপত্তা সংস্থাসমূহ।

ইয়াৰ বিপৰীতে চোৰাংচোৱাৰ খবৰে সন্ত্রস্ত কৰিছে প্ৰতিটো পক্ষক। শীর্ষ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, গুৱাহাটীত ইতিমধ্যে প্ৰৱেশ কৰিছে আলফা (স্বাঃ)ৰ কমেও দুজন সদস্য। সম্পূর্ণ নতুন মুখৰ দুয়োজনৰ লগত গ্ৰেণেড আৰু কম প্রাবল্যৰ বিস্ফোৰক মজুত আছে। চোৰাংচোৱাৰ তথ্য অনুসৰি, কেৱল মাত্র আতংকময় পৰিৱেশৰ সৃষ্টি কৰাটোহে সংগঠনটোৰ লক্ষ্য।

গতিকে যিকোনো স্থানত এইবোৰৰ বিস্ফোৰণ সংঘটিত কৰিব পাৰে। এনে খবৰৰ ভিত্তিতে আজি মহানগৰীৰ মাজমজিয়াৰ কে’বাটাও স্থানত আৰক্ষীয়ে বোমা তথা বিস্ফোৰকৰ সন্ধানত তালাচী চলায়। বোমা বিশেষজ্ঞ, প্রশিক্ষিত কুকুৰ আৰু বোমাৰ সম্ভেদ দিয়া যন্ত্রাংশ লৈ আৰক্ষীৰ কে’বাটাও দলে আজি উলুবাৰীক কেন্দ্ৰ কৰি জিএছ ৰোডৰ কে’বাটাও অঞ্চলত তালাচী চলায়।

স্থানীয় কে’বাজনো লোকক সোধপোছো কৰে। আৰক্ষীৰ এনে কুচকাৱাজ প্রত্যক্ষ কৰি আতংকিত হৈ পৰে বহু সাধাৰণ নাগৰিক। অৱশ্যে ৰাইজক আতংকিত নহ’বলৈ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে আহ্বান জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DGP AssamexplosivesGuwahatirepublic dayULFA (I ) members entry
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d