অসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত আজি ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰী সকলে ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম, বৈঠালাংছো আৰু উমপানাই বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলৰ বিষয়া-বৰ্গৰ লগতে কৰ্মচাৰী সকলে মিলিত হৈ দিনজোৰা প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ডংকামোকামত অসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্যক্তিকৰণৰ বিৰোধীতা
-
By publisher

- Categories: Assam, News
- Tags: APDCLdonkamuka assam
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025