আহিন মানেই যেন শৰতৰ আগমন । শেষ ৰাতি সৰা নিয়ৰে দিছে চেঁচা অনুভৱ । আৰম্ভ হৈছে শীতকাল । আজি ৰাজ্যজুৰিত বৃদ্ধি পাইছে ঠাণ্ডাৰ প্ৰকোপ।পুৱাৰে পৰা ঠেঁটুৱে লগা জাৰত কঁপিছে মহানগৰবাসী।ঠাণ্ডাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দিনতে পৰিধান কৰিছে জেকেত চুৱেটাৰ । আজি মহানগৰীত তাপমাত্ৰাৰ পৰিমাণ ২৪ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে। ৰাজ্যৰ ঠায়ে ঠায়ে দেখিব পোৱা গৈছে একাংশই ঠাণ্ডাৰ বতৰত দোকানত বহি লৈছে গৰম চাহৰ জুতি।বতৰ বিজ্ঞানীৰ মতে ,২৪নৱেম্বৰৰ পৰা ১ডিচেম্বৰলৈকে শীতমাত্ৰাৰ পৰিমাণ থাকিব ২৯ডিগ্ৰী চেলছিয়াছ ।
শীতৰ আৱহত ৰাজ্যবাসী
-
By publisher
Related Content
Brazil's Gramado plane crashes:জনবহুল চহৰত চূৰ্ণ- বিচুৰ্ণ যাত্ৰীবাহী বিমান !
By
publisher
December 23, 2024
Road Accident In Super Market: মহানগৰীৰ চুপাৰ মাৰ্কেটৰ উৰণসেতু শোকাৱহ পথ দুর্ঘটনা
By
publisher
December 23, 2024
সংবাদপত্ৰ-আলোচনীৰ পৃষ্ঠাত খাদ্য পৰিৱেশন কৰাৰ অভ্যাস আছে নেকি, সকীয়নি এফএছএছএআইৰ
By
publisher
December 23, 2024
ইমার্জেন্সী কেনে আছিল !
By
publisher
December 23, 2024
Health benefits of Curry leaf: ঋতুস্ৰাৱ অনিয়মীয়া হৈছে নেকি ? তেনেহলে নৰসিংহৰ পাত খাওক ....
By
publisher
December 23, 2024
Today Print Edition Dainik Agradoot :23 December’24
By
publisher
December 23, 2024