Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

MEA :সিন্ধু জলচুক্তি স্থগিত থাকিব, স্পষ্ট কৰিলে নতুন দিল্লীয়ে

পাকিস্তানে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা বন্ধ কৰিব লাগিব, গুপ্তচৰগিৰিৰ অভিযোগত নতুন দিল্লীস্থ পাক দূতাবাসৰ বিষয়াক বহিষ্কাৰ, ভাৰত ত্যাগৰ নিৰ্দেশ, কাশ্মীৰ সমস্যাৰ সমাধানত মধ্যস্থতাৰ প্ৰয়োজন নাই

publisher by publisher
May 14, 2025
in India, News
Reading Time: 3 mins read
0
MEA :সিন্ধু জলচুক্তি স্থগিত থাকিব, স্পষ্ট কৰিলে নতুন দিল্লীয়ে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

Kashmir Incident :পাক গোলাবর্ষণত সীমান্ত অঞ্চলত তচনচ হ’ল ১০ সহস্রাধিক বাসগৃহ

BSF soldiers returned to Pakistan:২০ দিনৰ অন্তত স্বদেশ লৈ উভলিল পাকিস্তানৰ জেলত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব’

MEA :

পাকিস্তানে পূর্বে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা বন্ধ কৰিব লাগিব; অন্যথা সিন্ধু জলচুক্তি স্থগিতকৰণ বাহাল থাকিব। যুদ্ধবিৰতি ঘোষণাৰ পাছতো ভাৰতে সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল ৰখাক লৈ পাকিস্তানৰ বৈদেশিক মন্ত্রীয়ে ক্ষোভ প্রকাশ কৰাত ভাৰতে এইদৰে প্রতিক্রিয়া ব্যক্ত কৰিছে।

ADVERTISEMENT

ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র কাধীৰ জয়ছোৱালে কয়, ‘পাকিস্তানে যেতিয়ালৈকে ভাৰত বিৰোধী সন্ত্রাসবাদীলে পৃষ্ঠপোষকতা বন্ধ নকৰে তেতিয়ালৈ ভাৰতে সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল ৰাখিব। পূর্বে পাকিস্তানে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা আগবঢ়োৱা বন্ধ কৰিব লাগিব। অন্যথা সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল থাকিব।’ জয়ছোৱালে লগতে কয় যে সদিচ্ছা আৰু সৌহার্দ্যৰ পৰিৱেশত ১৯৬০ত ভাৰত-পাকিস্তানৰ মাজত সিন্ধু জলচুক্তি স্বাক্ষৰিত হয়। গতিকে সন্ত্রাসবাদীলৈ দৰদ বন্ধ কৰি সৌহার্দ্যপূর্ণ পৰিৱেশ পাকিস্তানে ঘূৰাই আনিলেহে চুক্তিখনৰ স্থগিতকৰণ সিদ্ধান্ত ভাৰতে বাতিল কৰাৰ ইংগিত তেওঁ দিয়ে।

বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰজনে লগতে কয়, ‘সিন্ধু জলচুক্তিৰ প্ৰস্তাৱনাত কোৱা হৈছে যে সদিচ্ছা আৰু সৌহার্দ্যপূর্ণ পৰিৱেশত সিন্ধু জলচুক্তি হয়। বিগত কিছু দশক ধৰি পাকিস্তানে সীমান্ত সন্ত্রাসত পৃষ্ঠপোষকতা কৰি থাকি এই চুক্তিৰ নীতিসমূহৰ অপপ্রয়োগ কৰিছে। পাকিস্তানে যিমান দিনলৈ সীমান্ত সন্ত্রাসত ইন্ধন যোগাই থাকিব সিমান দিনলৈ ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰি ৰাখিব।’

উল্লেখ্য যে যোৱা ২২ এপ্রিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে দেশী-বিদেশী ২৬ জনকৈ পৰ্যটকক কৰাৰ পাছদিনা কেন্দ্রীয় মন্ত্রীসভাৰ নিৰাপত্তা সংক্রান্তীয় সমিতিয়ে সিন্ধু জলচুক্তি স্থগিত কৰে। আনহাতে, পাকিস্তানে শেহতীয়া সংঘাতত ভাৰতৰ বিৰুদ্ধে জয়ী হৈছে বুলি কৰা দাবী সন্দৰ্ভতো আজি বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয়, ‘ই তেওঁলোকৰ এটা পুৰণা ঢোল। হাৰিলেও তেওঁলোকে সেই ঢোল বজায়। ১৯৭১, ১৯৭৫, ১৯৯৯তো তেওঁলোকে এই ঢোল বজাইছিল। যোৱা ১০ মে’ত পাকিস্তানৰ ডিজিএমঅ’ই ফোন কৰি যুদ্ধবিৰতি বিচাৰি অনুৰোধ জনায়। তাৰ পাছতে ভাৰতে যুদ্ধবিৰতি ঘোষণা কৰে।’

# কাশ্মীৰক লৈ মধ্যস্থতা: ট্রাম্পৰ প্ৰস্তাৱ পুনৰ নাকচ ভাৰতৰ

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দাম্ভিকতাৰে কাশ্মীৰ প্ৰসংগত মূৰ সোমোৱাবলৈ আগ্রহী বুলি অলপতে কৰা প্ৰস্তাৱসূচক মন্তব্য আজি পুনৰ নাকচ কৰে ভাৰতে। আজি দেশৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘জম্মু-কাশ্মীৰৰ স’তে জড়িত সমস্যাসমূহ ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিকভাৱে সমাধা কৰিব লাগে বুলি আমাৰ এক দীর্ঘদিনীয়া ৰাষ্ট্ৰীয় অৱস্থান আছে। এই উল্লেখিত নীতি সলনি নহয়।’ এই ক্ষেত্রত তৃতীয় এখন দেশৰ মধ্যস্থতাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে, বাণিজ্য বন্ধ কৰাৰ সকীয়নি দিয়াতহে ভাৰত-পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰে বুলি ট্রাম্পে কৰা মন্তব্যৰো আজি প্ৰত্যুত্তৰ দিয়ে ভাৰতে। এই সম্পৰ্কত বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘যোৱা সাত মাৰ্চত অপাৰেছন সিন্দূৰ আৰম্ভ হোৱাৰ সময়ৰে পৰা ১০ মে’লৈকে ক্রমবিকশিত সামৰিক পৰিস্থিতি সম্পৰ্কত ভাৰত আৰু মার্কিন নেতৃবৰ্গৰ মাজত আলোচনা চলি আছিল। এই আলোচনালৈ বাণিজ্যৰ বিষয়টো অহা নাছিল।’ এনেদৰে তেওঁ ট্রাম্পৰ দাবী খণ্ডন কৰে।

# গুপ্তচৰগিৰি : পাকিস্তানী দূতাবাসৰ বিষয়াক বহিষ্কাৰ ভাৰতৰ

গুপ্তচৰগিৰিত জড়িত থকা নতুন দিল্লীস্থিত পাক দূতাবাসৰ এজন বিষয়াক ভাৰতে আজি বহিষ্কাৰ কৰে। পদ্ধতি অনুসৰি এই বিষয়াজনক আজি ভাৰত চৰকাৰে অবাঞ্ছিত আখ্যা দি তেওঁক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বিৰুদ্ধে গুপ্তচৰগিৰিত লিপ্ত পাকিস্তানী দূতাবাসৰ এই বিষয়াজনৰ স’তে পঞ্জাৱৰ দুজন লোকৰ সংযোগ আছে। পঞ্জাৱৰ এই লোক দুজন গুপ্তচৰগিৰিত জড়িত আৰু দুয়োকে অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাক দূতাবাসৰ বিষয়াজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ জাৰি কৰাৰ বিষয়ে ভাৰত চৰকাৰে পাক দূতাবাসৰ সংশ্লিষ্ট বিষয়াক অৱগত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indo pak conflictindus nwater treatyMinistry of External Affairs
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d