Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজিও সযতনে ৰাখিছে গগৈয়ে দৰমহা লৈ চহী কৰা বহী

publisher by publisher
November 27, 2020
in Assam, India, News
Reading Time: 1 min read
0
আজিও সযতনে ৰাখিছে গগৈয়ে দৰমহা লৈ চহী কৰা বহী
2
SHARES
21
VIEWS
ShareShareShareShare

সদ্যপ্রয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ অৱশেষত পঞ্চভূতত বিলীন হ’ল; কিন্তু অসমৰ চুকে-কোণে তেওঁৰ স্মৃতি আজিও ৰৈ গল। মৰিয়নিৰ আগৰৱালা স্কুল’ নামেৰে জনাজাত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স’তেও স্মৃতি বিজড়িত হৈ আছে প্রাক্তন মুখ্যমন্ত্রী গগৈৰ। এসময়ত তেওঁ শিক্ষকতা কৰিছিল শিক্ষানুষ্ঠানত। তেতিয়া মৰিয়নি হাইস্কুল নামেৰে থকা এই বিদ্যালয়খনত তেওঁ ১৯৫৮-১৯৫৯ত শিক্ষকতা কৰি তেওঁৰ সান্নিধ্য পােৱা দুজনমান ব্যক্তিয়ে উল্লেখ কৰা মতে, গগৈৰ ৰঙাজানৰ নিজা ঘৰৰ পৰা চাইকেল লৈ আহিছিল। চাইকেল চিনামৰাত থৈ তাৰ পৰা বাছ বা অন্য গাড়ীত উঠি স্কুলত শিক্ষকতা কৰিবলৈ মৰিয়নিলৈ আহিছিল।তেতিয়া স্কুলৰ তৰফৰ পৰা তেওঁক দৰমহা হিচাপে এশ টকা দিয়া হৈছিল। সেই সময়ত এশ টকাৰ মূল্য বহুত বেছি আছিল। বিদ্যালয়খনত তেওঁ দৰমহা লৈ ‘ৰেভিনিউ ষ্টাম্প’ৰ ওপৰত চহী কৰা বহী আজিও বিদ্যালয়খনত সযতনে ৰাখিছে বিদ্যালয় কর্তৃপক্ষই।প্রয়াত তুৱাৰাম দত্তৰ লগতে বহুকেইজন মৰিয়নিৰ বিশিষ্ট ব্যক্তিয়ে গগৈক মৰিয়নিলৈ শিক্ষকতা কৰিবলৈ মাতি আনিছিল।কিন্তু কিছুদিন শিক্ষকতা কৰাৰ পাছতে তেওঁ আইন পঢ়িবলৈ যােৱাত শিক্ষকতাৰ জীৱনৰাে সামৰণি পৰে।

ADVERTISEMENT

তাৰ পাছত বহুকেইজন বিদ্যালয়ৰ প্ৰধান আহিল যদিও তেওঁ ৰেভিনিউ ষ্টাম্প’ত চহী কৰি দৰমহা লােৱা বহীখন আজিও সযতনে আছে। যােৱা ২০১৮ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রী সন্মিলনত প্রাক্তন শিক্ষক হিচাপে অংশগ্রহণ কৰিছিল আৰু প্রাক্তন মুখ্যমন্ত্রীজনক সম্বর্ধনাও জনােৱা হৈছিল। উক্ত অনুষ্ঠানতে তেওঁ পুৰণি স্মৃতি ৰােমন্থন কৰি বক্তব্য প্রদান কৰিছিল। তেওঁৰ মৃত্যুত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র -ছাত্রীসকলে শােক প্রকাশ কৰিছে। ইতিমধ্যে বিদ্যালয়খনত এক শােকসভা অনুষ্ঠিত কৰি তেওঁৰ আত্মাৰ সদগতিৰ অৰ্থে প্রার্থনা জনােৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষা স্মৃতিৰেখা ফুকনে উল্লেখ কৰা মতে গগৈৰ প্রতি শ্রদ্ধা জনাই তেওঁৰ স্মৃতিত এক সৰু পুস্তিকা প্রকাশ কৰাৰ লগতে বিদ্যালয়খনৰ আলােচনী ‘পৰাগৰ পৰৱৰ্তী সংখ্যা তৰুণ গগৈৰ নামত উছৰ্গা কৰা হ’ব। এই কথা ইতিমধ্যে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ড° ভূপেন্দ্র নাথ গােস্বামীয়েও উল্লেখ কৰিছে।

RelatedPosts

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

 বিজনীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন

পশ্চিম কাৰ্বি আংলং পালেহি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভষ্ম

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রী সন্মিলনৰ সভাপতি অনিল বৰা আৰু সম্পাদক মনােজ কুমাৰ শৰ্মাই সকলাে প্রাক্তন ছাত্র-ছাত্রীৰ হৈ প্রয়াত শিক্ষাগুৰুজনৰ মৃত্যুত শােক প্রকাশ কৰিছে। উল্লেখ্য যে মৰিয়নিৰ স’তে তেওঁৰ সম্পৰ্ক আছিল বহু পুৰণি। এই একেখন বিদ্যালয়তে অনুষ্ঠিত মৰিয়নি জিলা কর্মচাৰী পৰিষদৰ অধিবেশনৰ মুকলি সভাতে অংশগ্রহণ কৰিছিল গগৈয়ে। আনহাতে, মুখ্যমন্ত্রী হিচাপে মৰিয়নিৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়, মৰিয়নি পৌৰসভাৰ কার্যালয় আৰু উন্নয়ন ভৱন, গ্রেটাৰ চেলেং পানী যােগান প্রকল্প, যােৰহাট মৰিয়নি পথ বহলীকৰণ আৰু পুনর্নিমাণ আদি কামৰ আধাৰশিলা স্থাপন কৰিছিল।

তদুপৰি গগৈয়ে মৰিয়নিৰ অগ্নিনির্বাপক বাহিনীৰ কেন্দ্র, গড়কাপ্টানী বিভাগৰ অতিথিশালা আদিৰ দ্বাৰ মুকলি কৰিছিল। আনহাতে, তৃতীয়বাৰলৈ মুখ্যমন্ত্রী হােৱাৰ পাছত প্রথম সম্বর্ধনা অনুষ্ঠান মৰিয়নিৰ বাপুজী ষ্টেডিয়ামতে অনুষ্ঠিত কৰা হৈছিল। মৰিয়নিৰ চৈকটা চাহ বাগিচাৰ ৰাজ্যৰ ভিতৰতে প্রথম এনৰেগা আঁচনিৰ অধীনত চাহ পুলি ৰােপণৰ কামৰ আৰম্ভ কৰিছিল গগৈয়ে। চৰকাৰী কাৰ্যসূচীৰ বাদেও তেওঁ বহুবাৰ দলীয় কার্যসূচীলৈও মৰিয়নিলৈ আহিছিল। মৰিয়নিৰ ৰেল ষ্টেছনৰ পৰা কে’বাবাৰাে ৰেলযােগে বিভিন্ন ঠাইলৈ গৈছিল আৰু একাধিকবাৰ মৰিয়নিত ৰেলযােগে আহি উপস্থিত হৈছিলহি। তেওঁৰ মৃত্যুত স্বাভাৱিকতে মৰিয়নিবাসীও স্রিয়মান হৈ পৰিছে। আজি শেষকৃত্য সম্পন্ন হােৱাৰ দিনা মৰিয়নিৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: marioniTarun Gogoi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d