●ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ লৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
●বিগত ২৪ঘণ্টাত নতুনকৈ ৪১,৮১০ জন লোক সংক্ৰমিত হৈছে।
●বৰ্তমান দেশত মুঠ সংক্ৰমিতৰ সংখ্যা ৯৩,৮২,৯১৯ জনলৈ বৃদ্ধি পাইছে।
●বিগত ২৪ ঘণ্টাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯৯ জন ।
●আনহাতে দেশত কৰ’নাক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৬,৬৯৬ জন ।
●এই মাৰাত্মক ৰোগৰ পৰা বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৪২,০০০ হেজাৰৰো অধিক লোক ।
●যোৱা ২৪ঘণ্টাত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কেৰালাত সৰ্বাধিক ৬,২৫০জনকৈ লোক কৰ’নাত আক্ৰান্ত হৈছে ।
●বৰ্তমান দেশত কৰ’না মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে ৮৮ লাখৰো অধিক কৰ’না আক্ৰান্ত ৰোগী।
বিগত ২৪ঘণ্টাত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কেৰালাত সৰ্বাধিক লোক আক্ৰান্ত কৰ’নাত
