হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰীৰ দেহত পোৱা গল কৰ’না পজিটিভি

Anil Vij 1

●কৰ’না ভেকচিন লোৱাৰ পাছতো দেহত পোৱা গল কৰ’নাৰ অৱস্থিতি
●হাৰিয়ানাত পৰীক্ষামূলক ভাবে চলি আছিল কৰ’না ভেকচিন দিয়া কাৰ্য
●হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পৰীক্ষামূলক ভাৱে লৈছিল কৰ’না ভেকচিন কোভাস্কিন
●ভেকচিন লোৱাৰ পাছত পৰীক্ষা কৰাত ধৰা পৰিল মন্ত্ৰীগৰাকীৰ ক’ভিড পজিটিভ
●টুইটাৰ যুগে স্বাস্থ্যমন্ত্ৰী অনিল ভিযে য়ে কয় ‘মোৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে মই বৰ্তমান আমবালাৰ চিভিল হাস্পাতালত ভৰ্তি হৈ আছোঁ মোৰ সংস্পৰ্শলৈ অহা সকলো লোকে নিজৰ ক’ভিড পৰীক্ষা কৰাওক

ADVERTISEMENT
Exit mobile version