খেজুৰৰ উপকাৰীতা

dates 555595 l

●ৰোধ প্ৰতিৰোধ বৃদ্ধি কৰাত সহায় কৰে খেজুৰে
●ভিটামিন A, ভিটামিন B, ভিটামিন C আৰু ভিটামিন K মেগনেছিয়াম , কাৰ্বহাইড্ৰেড ,কেলছিয়াম ,আইৰন আদি সমৃদ্ধ এই খেজুৰীত পোৱা যায় সোৱাদৰ লগতে উপকাৰীতা
●খেজুৰত পোৱা যায় যথেষ্ট পৰিমানৰ শক্তি
●প্ৰতিদিনে এশগ্ৰামকৈ খেজুৰ খালে পোৱা যায় .০৯ গ্ৰাম আইৰণ
●দৈনিক এশগ্ৰামকৈ খেজুৰ খালে শৰীৰৰ বাবে পোৱা যায় ১১শতাংশ আইৰণ
●হাড় আৰু মাংসপেশী মজবুত কৰি ৰখাত সহায় কৰে খেজুৰৰ ব্যৱহাৰে
●দৃষ্টি শক্তি বৃদ্ধিৰ লগতে চকুৰ ৰেটিনা সুস্থ কৰি ৰখাটো সহায় কৰে খেজুৰে
●খেজুৰৰ ব্যৱহাৰে পুৰণা চৰ্দি কাহ ভাল কৰাটো সহায় কৰে
●ৰাতি টোপনি নাহিলে টোপনি অহাত সহায় কৰে খেজুৰে
●খেজুৰে ৰোক্তকণিকা বৃদ্ধি কৰাটো সহায় কৰে
● খেজুৰত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়
●ডাইবেটিছ ৰোগীয়ে খেজুৰ খোৱাটো অতিকৈ উপকাৰী

Exit mobile version