Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

সুস্বাস্থ্য গঢ়িব-যৌৱন দীঘলীয়া কৰি ৰাখিবলৈ বিচাৰে নেকি?

publisher by publisher
May 3, 2026
in Lifestyle
Reading Time: 1 min read
0
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

সুস্বাস্থ্য সকলোৰে কাম্য। কাৰণ স্বাস্থ্যৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। এই উদ্দেশ্য জীমলৈ যোৱা লোকৰ সংখ্যা শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু আপুনি স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত জাপানীসকলে অৱলম্বন কৰা কৌশল কি জানেনে?

ADVERTISEMENT

লক্ষ্যণীয় যে জাপানীসকল হৈছে বিশ্বৰে অন্যতম দীর্ঘায়ুৰ গৰাকী। গতিকে জাপানীসকলে স্বাস্থ্যৰক্ষাৰ বাবে অৱলম্বন কৰা বিভিন্ন পাইচাৰি কৌশলে বিশ্বজুৰি জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কাৰণ সুস্বাস্থ্য বৰ্তাই ৰাখি সকলোৱে দীর্ঘায়ুৰ গৰাকী হ’বলৈ বিচাৰে। জাপানীসকলে স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে আশ্রয় লোৱা চাৰিটা পাইচাৰি কৌশল হ’ল-উচ্চপ্রাবল্যৰ বিৰতিযুক্ত

খোজকঢ়া:জাপানীসকলে নিতৌ কিছু সময় খোজ কাঢ়ে। ব্যায়াম হিচাপেও তেওঁলোকে খোজ কাঢ়ে। এনেদৰে খোজকঢ়াৰ সময়ত তেওঁলোকে বিশেষ পদ্ধতিত খোজ কাঢ়ে। ইয়াৰ প্ৰথম পাঁচ মিনিট সময় তেওঁলোকে লাহে লাহে খোজ কাঢ়ে। তাৰ পাছতে ১০ মিনিট খৰধৰকৈ খোজ কাঢ়ে। এনেদৰে পাঁচৰ পৰা ১০ মিনিট সময় উচ্চ গতিৰে খোজ কাঢ়ে। তাৰ পাছতে পাঁচ মিনিট লাহে লাহে খোজকাঢ়ে। এই পদ্ধতিত নিতৌ খোজ কাঢ়িলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, পেশী সক্রিয় হয় আৰু হৃদযন্ত্র সুস্থ-সবল হৈ থাকে।

নাম্বা-আৰুকি: নাম্বা-আৰুকি হৈছে জাপানৰ এক অতি প্রাচীন ব্যায়াম। এই পদ্ধতিত সৰ্বশৰীৰৰ ব্যায়াম হয়। এই পদ্ধতিত একেলগে এখন হাত আৰু এখন ভৰি ওপৰলৈ তুলি লাহে লাহে পিছুৱাই অনা হয়। কিছু সময় ধৰি এই ব্যায়াম কৰিব লাগে। নিতৌ এই ব্যায়াম কৰাৰ অনুশীলন কৰিলে মনলৈ ক্লান্তি ভাব নাহে আৰু অস্থিৰ জোৰা বিষ হ্রাস পায়।

বিৰতিবিহীনভাৱে পাইচাৰিঃ জাপানীসকলে নিতৌ বিৰতিবিহীনভাৱে ১০ মিনিট সময় লাহে লাহে খোজ কাঢ়ে। যিসকলে শাৰীৰিক পৰিশ্ৰম নকৰে, তেওঁলোকৰ বাবে এই ব্যায়াম অত্যন্ত উপকাৰী।

পেটৰ পেশীক ভিতৰলৈ টানি থকা:পাইচাৰি কৰাৰ সময়ত পেটৰ পেশীক ভিতৰলৈ টানি ধৰি থকাৰ এক ব্যায়াম কৰে জাপানীসকলে। লাহে লাহে খোজকঢ়াৰ সময়ত এই ব্যায়াম কৰা হয়। নিতৌ এই পদ্ধতিত কিছু সময় খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে পেটৰ পৰা অতিৰিক্ত মেদ দূৰ হয় আৰু তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। আন ব্যায়াম কৰিব নোৱৰাসকলে উল্লিখিত চাৰি ধৰণে পাইচাৰি কৰি স্বাস্থ্য অটুট ৰাখিব পাৰে। অন্তত: নিতৌ ১৫-২০ মিনিট খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে স্বাস্থ্যৰ উপকাৰ সাধন হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক
Lifestyle

নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

October 21, 2026
চুলি সৰা কেনেকৈ বন্ধ কৰিব ?
Lifestyle

চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

October 20, 2026
পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d