বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা নিৰ্ণয়

merlin 155279730 aac43d93 2837 4e13 8986 f94aad267f2c superJumbo

●তথ্য অনুসৰি ১০ অক্টোবৰৰ ২০১৯ ত মাউণ্ট এভাৰেষ্টৰ উচ্চতা জোখাৰ বাবে নেপাল আৰু চীনৰ মাজত চুক্তি হৈছিল ।

● মঙ্গলবাৰে মাউণ্ট এভাৰেষ্টৰ সংশোধিত উচ্চতা ৮,৮৪৪,৪৬ মিটাৰত নতুন ঘোষণা কৰা হয়।

●নেপালৰ বিদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গিয়াৱলীয়ে, এক ভাৰ্ছুৱেল অনুষ্ঠানৰ সময়ত মঙলবাৰে বিয়লি এই কথা ঘোষণা কৰে।

Exit mobile version