মেঘালয়ত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ কাঠফুলা

TSM

বিজ্ঞান জগতৰ সাম্প্ৰতিক বিকাশ ভাৰত আৰু চীনৰ  বিজ্ঞানীকৰ দলে মিলি সন্ধান উলিয়াইছে এবিধ নতুন প্ৰজাতিৰ কাঠফুলা । উল্লেখযোগ্য যে এই কাঠফুলা বিধ মেঘালয়ত পোৱা গৈছে ।এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই চমৎকাৰী কাঠফুলাবিধে ।

‘বায়’লুমিনেন্সেছ’ নামে পৰিচিত এই কাঠফুলাবিধ উজ্জ্বল আৰু বিজুলীৰ দৰে তিৰবিৰাই থকা। উল্লেখযোগ্য যে মেঘালয়ৰ পূব খাচী পাহাৰত সন্ধান পোৱা গৈছে এই নতুন প্ৰজাতিৰ কাঠফুলা বিধৰ। এইটো ভাৰতৰ প্ৰথম ঘটনা য’ত এবিধ ৰাসায়নিক কাঠফুলাৰ নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

Exit mobile version