নিষিদ্ধ ঘোষিত আলফা (স্বাধীনৰ) বহু অলিখিত তথ্যৰে ধীৰুমণি গগৈৰ দ্বাৰা লিখিত ‘নিষিদ্ধ যোদ্ধা’ ইতিমধ্যে প্ৰকাশ পাইছে৷ আজি ধীৰুমণি গগৈৰ লগতে তিনিচুকীয়া ভালেসংখ্যক জ্যেষ্ঠ সংবাদকৰ্মীসকলৰ উপস্থিতিত তিনিচুকীয়া প্ৰেছ ক্লাবত প্ৰকাশক সহ উপস্থিত হৈ নিষিদ্ধ যোদ্ধাৰ শুভ উন্মোচন কৰে ৷ লিখক ধীৰুমণি গগৈৰ লগতে প্ৰকাশক গোষ্ঠীয়ে সকলো পঢ়োৱৈ সমাজৰ সহায়-সহযোগিতা তথা পৰামৰ্শ কামনা কৰিছে।
তিনিচুকীয়াৰ সংবাদিক চ’ৰাৰ কায্যালয়ত “নিষিদ্ধ যোদ্ধা”ৰ উন্মোচন
-
By publisher

- Categories: Assam, India, News
- Tags: AssamBook ReleaseDhirumoni gogoitinisukia
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025