তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তেজনা

Screenshot 121

●তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তেজনা

●কোনো ধৰনৰ অনুমতি কাৰ্ড নোহোৱাকৈ ভোট গ্ৰহন কেন্দ্ৰত সোমায় থকাক লৈ তামূলপুৰ ভোট গণনাৰ কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হয়

●লোক জন বিজেপিৰ সমৰ্থক ৰঙিয়াৰ দীনেশ কলিতা বুলি অভিযোগ বিপিএফ তথা ইউপিপিএল কাউন্ট এজেন্টৰ

● লোক জনক আৰক্ষীয়ে আটক কৰি লৈ যায়

● কোনো ধৰনৰ অনুমতি নোলোৱাকৈ লোক জন প্ৰবেশক লৈ প্ৰশানক উত্তেজনা অব্যাহত

Exit mobile version