বিজেপি ৰ সভাপতি জে পি নড্ডা দেহত পোৱা গৈছে কৰ’না অৱস্থিতি

1606496080 jp nadda6 1604039239

জে পি নড্ডাৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ।

তেওঁ টুইটাৰ একাউণ্টত প’ষ্ট কৰে এই কথা। লগতে তেওঁ কয় তেওঁৰ দেহত কিছু লক্ষণ দেখা দিয়াৰ পাছত টেষ্ট কৰোঁৱাত তেওঁৰ শৰীৰত পোৱা গৈছে ক’ভিড পজিটিভ ।

আৰু বৰ্তমান তেওঁ নিজ বাসগৃহত আইছ’লেট হৈ আছে বুলি জানিব দিয়ে।লগতে তেওঁৰ আহ্বান,তেওঁ সংস্পৰ্শলৈ অহা সকলোৱে ক’ভিড টেষ্ট কৰোৱাৰ ।

Exit mobile version