Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ex Minister Thaneswar Boro Passed Away:বৰ্ষীয়ান ৰাজনীতিক থানেশ্বৰ বড়োৰ দেহাৱসান

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ'ব অগপৰ জ্যেষ্ঠ নেতা গৰাকীৰ

publisher by publisher
May 17, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Ex Minister Thaneswar Boro Passed Away:বৰ্ষীয়ান ৰাজনীতিক থানেশ্বৰ বড়োৰ দেহাৱসান
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Ex Minister Thaneswar Boro Passed Away:

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে অসম গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ ৷

ADVERTISEMENT

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি বহুমুত্ৰ আৰু হৃদৰোগত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে জিএমচিএইছত ভৰ্তি হৈছিল থানেশ্বৰ বড়ো ৷ প্ৰয়াত অগপ জ্যেষ্ঠ নেতা গৰাকীৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷
ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ অগপৰ মুখ্য কাৰ্যালয় আমবাৰী কাৰ্যালয়লৈ নিয়া হয় ৷

thaneswar boro 2ইয়াতে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ দলটোৰ বিধায়ক নেতা- কৰ্মী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পিছতে তেওঁৰ মৃতদেহ নিজৰ ওপজাভূমি ৰঙিয়ালৈ নিয়া হ’ব আৰু তাতে শেষকৃত্য সম্পন্ন হ’ব ৷
প্ৰফুল্ল কুমাৰ মহন্ত কেবিনেটৰ শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল থানেশ্বৰ বড়ো ৷ মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত এৰি যায় একমাত্ৰ কন্যাক ।

বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ বিয়োগত বিভিন্ন দল – সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে এক শোকবাৰ্তাত কয়,

অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰতিষ্ঠাপক, জ্যেষ্ঠ নেতা, অসম চৰকাৰৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ মৃত্যুৰ বাতৰি শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ।তেখেত অসমৰ ৰাজনৈতিক ক্ষেত্ৰতখনত অতিকৈ অভিজ্ঞ তথা সহজ সৰল মনৰ জনসেৱক আছিল।

তেখেতৰ মৃত্যুত অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰ খনৰ বাবে বৃহৎ ক্ষতি। আজিৰ এই শোকাকূল দিনটোত থানেশ্বৰ বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ভগৱানৰ শ্ৰীচৰণত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা শুভকাঙ্ক্ষী, অনুৰাগী ব্যক্তিসকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

আনহাতে ,অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্রী তথা ৰাজহমন্ত্রী, বিশিষ্ট সমাজসেৱী, ৰঙিয়া বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ আজি ৰাতিপুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসানত আম আদমি পার্টীয়ে গভীৰ শোক প্রকাশ কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবার্তা যোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে থানেশ্বৰ বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ মৃত্যু ৰাজনীতি তথা সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। এই শোক মূহূর্তত আম আদমি পার্টীয়ে থানেশ্বৰ বড়োৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ |

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী সক্ৰিয় নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। শৈক্ষিক খণ্ডৰ উত্তৰণৰ লগতে জাতীয় জীৱনৰ কল্যাণৰ হকে তেখেতে লোৱা ভূমিকা স্মৰণীয় হৈ থাকিব।

থানেশ্বৰ বড়োৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ex. MinisterThaneswar Boro Passed AwayGMCH
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d