মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা কোন হ’ব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য

490248 sonowal

■প্ৰমোদ বড়ো হ’ব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য । এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
■বিটিচিৰ নতুন পৰিষদ মিলিতভাৱে গঠন কৰিব ইউপিপিএল, বিজেপি আৰু জিএছপিয়ে ।

■শান্তিপূৰ্ণ বিটিচি নিৰ্বাচনৰ বাবে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে ।
■টুইট যোগে সম্ভাষণ জ্ঞাপন কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ।

Exit mobile version