জে পি নড্ডাৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ।
তেওঁ টুইটাৰ একাউণ্টত প’ষ্ট কৰে এই কথা। লগতে তেওঁ কয় তেওঁৰ দেহত কিছু লক্ষণ দেখা দিয়াৰ পাছত টেষ্ট কৰোঁৱাত তেওঁৰ শৰীৰত পোৱা গৈছে ক’ভিড পজিটিভ ।
আৰু বৰ্তমান তেওঁ নিজ বাসগৃহত আইছ’লেট হৈ আছে বুলি জানিব দিয়ে।লগতে তেওঁৰ আহ্বান,তেওঁ সংস্পৰ্শলৈ অহা সকলোৱে ক’ভিড টেষ্ট কৰোৱাৰ ।
कोरोना के शुरूआती लक्षण दिखने पर मैंने टेस्ट करवाया और रिपोर्ट पॉजिटिव आई है। मेरी तबीयत ठीक है, डॉक्टर्स की सलाह पर होम आइसोलेशन में सभी दिशा- निर्देशो का पालन कर रहा हूँ। मेरा अनुरोध है, जो भी लोग गत कुछ दिनों में संपर्क में आयें हैं, कृपया स्वयं को आइसोलेट कर अपनी जाँच करवाएं।
— Jagat Prakash Nadda (Modi Ka Parivar) (@JPNadda) December 13, 2020