তিনিচুকীয়াত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

WhatsApp Image 2020 12 14 at 2.44.09 PM

সংগঠনটোৱে তিনিচুকীয়াৰ বৰগুৰিস্থিত জিলা কাৰ্য্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকসকলক ম্যাদি পট্টা প্ৰদানৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে দবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ‌।

Exit mobile version