ডাম্পাৰৰ পিছফালৰ অংশ দাঙি দিয়াত ওপৰেৰে পাৰ হৈ যোৱা ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লগাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়।
ডাম্পাৰৰ এজন কৰ্মচাৰী নিহত হয় । নিহত কৰ্মচাৰীজনৰ নাম বিৰাজ ৰাভা। আন এজন গুৰুতৰভাৱে আহত। আহতজনৰ নাম বগা ৰাভা।
AS 18C 7332 নংৰ ডাম্পাৰখন বইটামাৰীত ৰেলপথ নিৰ্মাণৰ কামত ব্যৱহাৰ হৈ আছিল ।