ভাৰতত মুকলি কৰা হ’ল Redmi 9 পাৱাৰ

images 3

■ভাৰতত মুকলি কৰা হ’ল Redmi 9 পাৱাৰ য’ত থাকিব Quad Rear কেমেৰা, Qualcomm স্নেপড্ৰেগন 662 SoC

■ভাৰতত মাত্ৰ ১০,৯৯৯ টকাত উপলব্ধ হ’ব Redmi 9 পাৱাৰ
■নতুন স্মাৰ্টফোনটোত উপলব্ধ হ’ব water style display notch
■ই উপলব্ধ হ’ব ৬.৫৩ ইঞ্চি ফুল এইচ ডি ডিচপ্লেত
■চাৰিটা ৰঙত বজাৰলৈ আহিছে redmi 9 পাৱাৰ
■Redmi 9 পাৱাৰ আৰু Redmi Note9 4জি ৰ মাজত থাকিব সামান্য পাৰ্থক্য
■Redmi 9 পাৱাৰ ৰিচাৰ্ছ ৱায়াৰ্ড চাৰ্জিং সমৰ্থিত আৰু ইয়াত বৰ্ধিত লাইফস্পেন বেটেৰী (ইএলবি) প্ৰযুক্তি অন্তৰ্ভুক্ত থাকিব ।

Exit mobile version