ক’ভিড -১৯ মহামাৰীত আক্ৰান্ত হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’ন । শৰীৰত প্ৰাথমিক ক’ভিড লক্ষণ প্ৰত্যক্ষ কৰাত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছিল মেক্র’নে । তাৰ পাছতে ৰাষ্ট্ৰপতি শৰীৰত ধৰা পৰিল কৰ’নাৰ অৱস্থিতি। সাত দিনৰ বাবে আইছ’লেছনত থাকিব মেক্র’ন। ৰাষ্ট্ৰপতি প্ৰাসাদ এলিছী পেলেচৰ পৰা এক বিবৃতিত সদৰী কৰিছে এই তথ্য ।
কৰ’নাক্ৰান্ত হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’ন
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025