বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু ৰূপালী জয়ন্তী সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাৰে সফল সামৰণি

f131eaf7 a88f 45c4 88e7 c0fed16d34a9

বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু ৰূপালী জয়ন্তী সমাৰোহৰ উপলক্ষে আজি শেষৰ দিনটোৰ মূল আকৰ্ষণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ সফল সামৰণি পৰে ৷

স্থানীয় নামঘৰৰ ভকতৰ গায়ন-বায়ন, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে সহস্ৰাধিক জনতাই আজি ওখল-মাখল পৰিৱেশ বাৰেকুৰিৰ লেছেংকা ৰাজহুৱা খেলপথাৰ ৷

সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰেঙণি চেনেলৰ অসমীয়া ধাৰাবাহিক জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা শেন খ্যাত পাৰবীন সুলতানাই ৷

Exit mobile version