মাজনিশা বঙাইগাঁও জিলাৰ যোগিঘোপাত আছুৰ প্ৰতিবাদ

cb8fed7c 0b06 4f96 80fb 6f8de79f1ef5

নিশা প্ৰায় ২.৪০ বজাত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা সোৱণশিৰীলৈ ৰাওণা হ’ল টাৰ্বাইন। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আঠখনকৈ ট্ৰেইলাৰত নিয়া হয় এই টাৰ্বাইন।

২০১২ৰ পৰা যোগীঘোপা জাহাজ ঘাটত আছিল এই টাৰ্বাইনসমূহ। নিশা দুই বজাত অভয়াপুৰীৰ দেওহাটি ৰেল ক্ৰছিংত বঙাইগাঁও আছুৰ প্ৰতিবাদ।

আধাঘন্টা ধৰি আৱদ্ধ কৰি ৰাখে টাৰ্বাইনসমূহ। কিছুসময়ৰ পাছত আৰক্ষীয়ে পথ মুকলি কৰি পুনৰ সোৱণশিৰী অভিমুখে ৰাওনা কৰে ।

Exit mobile version