অসম জাতীয় পৰিষদ দলত প্ৰাক্তন প্ৰশাসনিক বিষয়া ছমছেৰ সিংৰ যোগদান

6ba223a2 1f29 4718 a3e0 46cca38bb0d7

তিনিচুকীয়াৰ এৰমা’ ৰেছিডেন্সিত অনুষ্ঠিত হয় তিনিচুকীয়া জিলা অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিৰ দলীয় সভা ।

সভাখনত উমাল আদৰণি অসম জাতীয় পৰিষদ দলৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া  ছমছেৰ সিংৰ।

ছমছেৰ  সিঙে পৰিষদত যোগদান কৰি অসমী আইৰ সেৱা কৰাৰ লক্ষ্যৰে আগবাঢ়ি অহাৰ কথা অৱগত কৰাৰ লগতে অনাগত দিনত সকলোৰে সহযোগিতা কামনা কৰে ৷

Exit mobile version