Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সন্মুখত বৰদিন ‘এঘৰীয়া’ কৰা হ’ল ব্ৰিটেইনক

publisher by publisher
December 22, 2020
in COVID-19, News
Reading Time: 1 min read
0
সন্মুখত বৰদিন ‘এঘৰীয়া’ কৰা হ’ল ব্ৰিটেইনক
4
SHARES
44
VIEWS
ShareShareShareShare

ব্ৰিটেইন-আমেৰিকাত ক’ভিড ভেকচিন প্ৰদান কৰা আৰম্ভ কৰা হৈছে । ইয়াৰ মাজতেই আৰম্ভ নতুন কৰ’নাৰ আতংক । সন্মুখত বৰদিন প্ৰায় ‘এঘৰীয়া’ কৰা হ’ল ব্ৰিটেইনক । বিগত এবছৰত ক্ৰমাগত নিজৰ ৰূপ সলনি কৰিছে নভেল কৰ’নাভাইৰাছে । বৰ্তমান পৃথিৱীত কৰ’না ভাইৰাছৰ হেজাৰটা প্ৰজাতি আছে ।

ADVERTISEMENT

কিন্তু ব্ৰিটেইনত পোৱা নতুন প্ৰজাতিটোক লৈ‌ আতংকৰ সৃষ্টি কৰাৰ প্ৰয়োজন নাই কাৰণ প্ৰজাতিটোৰ ১৪টা ‘মিউটেছন’ ঘটিছে । ইয়াৰে সাতটা পৰিৱৰ্তন ঘটিছে ভাইৰাছৰ স্পাইকত । যিয়ে ভাইৰাছৰ সংক্ৰমণৰ ক্ষমতা প্ৰায় ৭০ শতাংশ বৃদ্ধি কৰিছে ।

RelatedPosts

ব্ৰিটেইনত ভাৰতীয় ছাত্ৰক হানি খুচি হত্যা!

53-year-old woman has regained her youth:যৌৱন ঘূৰাই পালে ৫৩ বছৰীয়া মহিলাই

ব্রিটেইনৰ ৮৫ অঞ্চলত সক্রিয় পাকিস্তানী ‘ৰেপ গেং’, নিষ্ক্রিয় আৰক্ষী: দাবী সাংসদৰ

এই ভাইৰাছৰ উৎসস্থল কিন্তু ব্ৰিটেইন নহয় । চলিত বৰ্ষৰ এপ্ৰিলত প্ৰথমে ইয়াক পোৱা গৈছিল । দক্ষিণ আফ্ৰিকাত সংক্ৰমণ বৃদ্ধিৰ আঁৰতো আছে এই প্ৰজাতি । ব্ৰিটেইনত ছেপ্টেম্বৰত ধৰা পৰিছিল এই প্ৰজিটোৰ আৰু ডিচেম্বৰত ইয়াক চৰকাৰীভাৱে ঘোষণা কৰে । ইয়াৰ পাছতেই দেশখনক প্ৰায় ‘বয়কট’ কৰিছে সমগ্ৰ ইউৰোপে ।

কালিৰ পৰাই সকলোবোৰ যাত্ৰীবাহী বিমান বাতিল কৰিছে নেদাৰলেণ্ড, বেলজিয়াম, ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, আইৰিচ ৰিপাব্লিকে । আজিৰে পৰা যোগাযোগ বন্ধ কৰাৰ ঘোষণা কৰিছে হংকং, কানাডা আৰু ভাৰতেও ।

ডোভাৰ বন্দৰত কালিৰ পৰা বিশৃংখলতাৰ সৃষ্টি হৈছে । হঠাৎ ৪৮ ঘণ্টাৰ বাবে ব্ৰিটেইন সীমান্ত বন্ধ কৰি দিয়ে ফ্ৰান্সে । অষ্ট্ৰেলিয়াইও নিষেধাজ্ঞা জাৰি কৰিছে । আটাইতকৈ কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে বুলগেৰিয়াই । কালি নিশাৰ পৰাই ৩১ জানুৱাৰী পৰ্যন্ত ব্ৰিটেইনলৈ অহা-যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ।

এই পৰিস্থিতিত জৰুৰীকালীন বৈঠকৰ আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে । ব্ৰিটেইনৰ পৰিস্থিতিক লৈ ইউৰোপীয় ইউনিয়নৰ দেশবোৰেও ব্ৰাচেলছত জৰুৰীকালীন আলোচনাত মিলিত হ’ব ।

সকলোবোৰ নীতি-নিয়ম পালন কৰাৰ পাছতো ব্ৰিটেইনত নতুনকৈ ৩৫,৯২৮ জন লোক সংক্ৰমিত হয় । বিগত এসপ্তাহৰ তুলনাত দুগুণ । কালি ৩২৬ জনৰ মৃত্যু হয় এই ভাইৰাছৰ ফলত । ইয়াকে লৈ ব্ৰিটেইনৰ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৬৭,৪০১ জন ।

এই পৰিস্থিতিৰ বাবে নতুন প্ৰজাতিটোক দোষাৰোপ কৰি স্বাস্থ্যমন্ত্ৰী মেট হেনককে কয়, ‘সকলোবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে ।’ অৰ্থনৈতিক অৱস্থাও দুৰ্বল হৈ পৰিছে ব্ৰিটেইনৰ । বৰদিনৰ বন্ধত বাতিল হোৱা ৰেলৰ টিকটৰ মূল্য যাত্ৰীসকলক উভতাই দিয়াৰ নিৰ্দেশ দিছে চৰকাৰে ।

সম্প্ৰতি অনুমোদন পত্ৰ লাভ কৰা ফাইজাৰে আশাৰ ৰেঙনি আনিছে । বিশেষজ্ঞসকলৰ অনুসৰি, এই ভেকচিনে এণ্টিব’ডিৰ সৃষ্টি কৰিব । ই সামগ্ৰিক স্পাইক প্ৰ’টিনটোক নাশ কৰিব । ফলত স্পাইক প্ৰ’টিনৰ মিউটেছনত ভেকচিনৰ কাৰ্যকৰীতা নকমিব । ইয়াৰ পৰীক্ষণো কৰা হৈছে বুলি দাবী কৰে বিশেষজ্ঞসকলে ।

এই সন্দৰ্ভত একাংশই দাবী কৰে যে, ভাইৰাছৰ মিউটেছন পৰিচিত বিষয় । ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰতো একেই সমস্যাৰ সৃষ্টি হয় । সময়ৰ সোঁতত উন্নত কৰিব লাগিব ভেকচিনটো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Britainnew strain of coronavirusUK
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d