সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াটো আজি ব্যাপক কৰ্ম সংস্থাপন সৃষ্টিৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI)উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

ab66ba9c 64ae 4aee 9760 c256b872833a 1

কৰ্মসংস্থাপনৰ দাবীৰ লগতে খালি হৈ থকা সকলো পদ অতি শীঘ্ৰে পূৰণ কৰা , দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা , কৰ্ম সংস্থাপন দিব নোৱাৰালৈকে সকলো নিবনুৱাক মহিলী ৬০০০ টকা কৈ নিবনুৱা ভট্টা প্ৰদান কৰা , নতুন উদ্যোগ স্থাপন কৰা , বন্ধ হৈ থকা উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা ,অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৩য় আৰু ৪ৰ্থ বৰ্গ ৰ পদত অসমৰ যুৱক যুৱতীক নিযুক্তি দিয়া,ঠিকা ভিত্তিক শিক্ষক কৰ্মচাৰীৰ চাকৰি স্থায়ী আৰু ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা আদি দাবীৰে সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াটো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাই ।

Exit mobile version