●২৬ ডিচেম্বৰৰ পূৰ্বে Composite floor testৰ সন্মুখীন হ’ব লাগিব BTC চৰকাৰ
ADVERTISEMENT
●চাৰি জন মনোনীত সদস্যই কৰিব নোৱাৰিব ভোটদান
●বিটিছিৰ নতুন পৰিষদে ল’ব নোৱাৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত
●বিপিএফ য়ে দাখিল কৰিছিল WRIT PETITION
●ফ্লৰ টেষ্টৰ জৰিয়তে বাছনি কৰিব লাগিব CEM
●২৬ডিচেম্বৰৰ পূৰ্বে সংখ্যাৰগৰিষ্ঠতা প্ৰমানৰ নিৰ্দেশ নৱ গঠিত পৰিষদৰ।