বঙাইগাঁৱৰ কীৰ্ত্তনপাৰা বজাৰত RPF ৰ Crime Intelligent Brunch ৰ অভিযান

WhatsApp Image 2020 12 23 at 7.41.47 PM

অবৈধভাৱে ৰেলৱে টিকট যোগান ধৰা হামিদুল ইছলামক আটক কৰাৰ লগতে ৰেলৱে টিকট আৰু কম্পিউটাৰ জব্দ ।

আজি বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা বজাৰত RPF ৰ Crime Intelligent Brunch এ অভিযান চলাই চবনম ইন্টাৰনেট এণ্ড ট্ৰেভেলৰ স্বত্বাধিকাৰী হামিদুল ইছলামক আটক কৰাৰ লগতে কে’বাটাও ৰেলৱে টিকটসহ কম্পিউটাৰ জব্দ কৰে ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি হামিদুল ইছলাম নামৰ যুৱকজনে অবৈধভাৱে ৰেলৱে টিকট যোগান ধৰাৰ লগতে গ্ৰাহকৰ পৰা অত্যাধিক হাৰে ধন সংগ্ৰহ কৰি আহিছিল ।

আজি ৰেলৱেৰ ৰঙিয়া শাখাৰ সহযোগত Crime Intelligent Brunch এ যুৱকজনক আটক কৰি বঙাইগাঁৱলৈ লৈ যায় ।

Exit mobile version