2৮ ডিচেম্বৰত ভাৰতত মুকলি কৰা হ’ব Xiaomi mi 11

●Xiaomi mi 11 ৰ মূল্য ৫৮,৬০০ হোৱাৰ সম্ভাৱনা আছে ।

●Xiaomi mi 11 ত উপলব্ধ হ’ব প্ৰচেছৰ, Qualcomm স্নেপড্ৰেগণ 888

● Xiaomi mi 11 ত উপলব্ধ থাকিব ফ্ৰণ্ট কেমেৰাও

●নতুন স্মাৰ্টফোনটোত ৰেয়াৰ কেমেৰা ,108-মেগাপিক্সেল + 13 -মেগাপিক্সেল +5+মেগাপিক্সেল উপলব্ধ।

●Xiaomi mi 11 ত 8জিবি ৰেম পোৱা যাব

●স্তৰেজ 128

●OS Android 11 ,Quad HD +স্কিন resolution

●Xiaomi mi 11 স’তে আহিব 6.67-ইঞ্চি ডিছপ্লে

Exit mobile version