●অসমত নৱ বৰ্ষৰ প্ৰাকক্ষণত পুনৰ নিষেধাজ্ঞা জাৰি
●ৰাজ্যত পুনৰ ক’ভিড সন্দৰ্ভত নতুন নিৰ্দেশনা
●কোনো অনুষ্ঠানত ৫০ জনৰ অধিক লোক সমবেত হ’ব নোৱাৰিব
●প্ৰেক্ষাগৃহসমূহত ৫০ শতাংশ লোক সমবেত হোৱাৰ অনুমতি দিয়া হ’ব
●বাহিৰৰ যিকোনো অনুষ্ঠানত দূৰত্ব মানি চলিব লাগিব
●অনুষ্ঠানৰ আয়োজকে মাস্ক, ছেনিটাইজেছন বাধ্যতামূলক কৰিব লাগিব
●১০ জানুৱাৰীলৈকে অব্যাহত থাকিব প্ৰশাসনৰ এই নিৰ্দেশনা
●ব্ৰিটেইনৰ পৰা অহা এজন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি পোৱা গৈছে
●অৱশ্যে, লোকজনৰ শৰীৰত ধৰা পৰা ভাইৰাছ ক’ভিড নে মিউটেন্ট সেয়া পৰীক্ষণৰ বাবে লোকজনৰ নমুনা প্ৰেৰণ কৰা হৈছে পোনেৰ পৰীক্ষাগাৰলৈ
●এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া ।