Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meenakshi Das has traveled 64 countries by two-wheeler:দুচকীয়া বাহনৰে ৬৪ দেশ ভ্ৰমণৰে অভিলেখ গঢ়ি স্বভূমিত উপস্থিত অসম কন্যা মীনাক্ষী

publisher by publisher
December 23, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Meenakshi Das has traveled 64 countries by two-wheeler:দুচকীয়া বাহনৰে ৬৪ দেশ ভ্ৰমণৰে অভিলেখ গঢ়ি স্বভূমিত উপস্থিত অসম কন্যা মীনাক্ষী
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Meenakshi Das has traveled 64 countries by two-wheeler:

এবছৰতে দুচকীয়া বাহনৰে ৬৪খন দেশ অর্থাৎ প্রায় ৬৫ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়ি সুকলমে স্বভূমিত উপস্থিত হ’ল অসম কন্যা মীনাক্ষী দাস।

ADVERTISEMENT

এই যাত্রাত বিশ্ব অভিলেখৰ লগতে মীনাক্ষীয়ে কঢ়িয়াই আনিলে মহিলাসকলৰ বাবে এক সম্ভাৱনা আৰু আশাৰ বতৰা। নিজৰ অভিযানৰ অভিজ্ঞতা সন্দৰ্ভত মীনাক্ষীয়ে কয়, ‘মোৰ এই যাত্ৰাৰ দুটা প্রধান উদ্দেশ্য আছিল। মহিলা সবলীকৰণৰ বাৰ্তাৰ লগতে একক ৰাইডাৰৰ ৰূপত নিজৰ বাবে আৰু ৰাজ্যখনৰ বাবে বিশ্ব অভিলেখ গঢ়া। অকলে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা দীর্ঘদিনৰ বাবে ওলাই গৈ বৰফত দুর্ঘটনা, বালিৰ ধুমুহা আৰু এটাৰ পাছত আন এটা সীমা পাৰ হোৱাৰ সমস্যাকে ধৰি বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছিলো যদিও এই সকলো প্রত্যাহ্বানক নেওচি এক ইতিবাচক বার্তা লৈ স্ব-ভূমিত উপস্থিত হৈছে। মোৰ এই দীর্ঘদিনীয়া যাত্রাত মহিলাৰূপে কোনো অপ্রীতিকৰ ঘটনাৰ সম্মুখীন হোৱা নাই।

মই ক’ম যে বিশ্বজুৰি মহিলা সুৰক্ষিত। নাৰীক সকলোৱে সন্মান কৰে; কিন্তু আমাৰ আত্মবিশ্বাসৰ অভাৱ হৈছে।’ তেওঁলগতে কয়, ‘আত্মবিশ্বাস আৰু সাহসেৰে মই নিজৰ অঞ্চলটোক প্রতিনিধিত্ব কৰি আগুৱাই গৈছিলো। প্রত্যেকে মোক এগৰাকী ৰাইডাৰৰ ৰূপত সন্মান আৰু মৰ্যাদাৰে আগবঢ়াই নিছিল।’

উল্লেখ্য যে ২০১৯ত মটৰ চাইকেল চালক ৰূপে যাত্ৰা আৰম্ভ কৰা মীনাক্ষী পৰিগণিত হয় বিশ্বৰ সুউচ্চ বাহন উপযোগী পথ উমলিং লা পাছলৈ দুচকীয়া বাহন চলাই যোৱা বিশ্বৰ দ্বিতীয় গৰাকী মহিলা।

উল্লেখ্য যে মীনাক্ষীৰ স্বামীও এজন বাইক ৰাইডাৰ। যোৱা ডিচেম্বৰত এখন দুচকীয়া বাহন লৈ বিশ্ব ভ্রমণৰ বাবে সাজু হোৱা মীনাক্ষীয়ে বিশেষ কোনো সহায় নোহোৱাকৈ দক্ষিণ-পূব এছিয়া, মধ্য প্রাচ্যৰ বিভিন্ন ঠাই, ইউৰোপ, লণ্ডন, জার্মানীকে ধৰি ৬৪খন দেশ ঘূৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মীনাক্ষীৰ এই অকলশৰীয়া যাত্ৰা অসমীয়া নাৰীৰ সাহস আৰু মানসিক ক্ষমতাৰ এক বিৰল উদাহৰণ হৈ পৰিছে।

বিভিন্নজনৰ লগত হোৱা বাৰ্তালাপত মীনাক্ষীয়ে উল্লেখ কৰিছে যে এই যাত্রা আছিল অত্যন্ত প্রত্যাহানপূর্ণ। বহু ঠাইলৈ ভিছা নাপালে, এমাহ ধৰি বৰষুণত দুচকীয়া বাহন চলাই যাত্ৰা কৰোতে মীনাক্ষীৰ গাৰ কাপোৰ গাতে শুকাইছিল। ছৌদি আৰবত বালিৰ ধুমুহা, আর্মেনিয়াত বৰফৰ ধুমুহাত তেওঁৰ বাহনখন বিকল হৈ পৰিছিল। কেতিয়াবা জ্বৰ উঠে, আকৌ কেতিয়াবা অন্যান্য অসুখত ভুগি ঔষধ সেৱন কৰি তেওঁ যাত্রা অব্যাহত ৰাখিছিল। মীনাক্ষীৰ এই যাত্ৰাত চীনত কেইজনমান ভাৰতীয়ই আর্থিক সহযোগিতা আগবঢ়ায়। লগতে লণ্ডনত প্রবাসী অসমীয়া সমাজে ভিছাৰ পৰা আৰম্ভ কৰি আৰ্থিকভাৱেও সহায় কৰে তেওঁক।

তদুপৰি ডুবাইতো প্রবাসী অসমীয়াসকল সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। দেশ-বিদেশৰ বহু দুচকীয়া বাহন সংস্থাই তেওঁক সহযোগিতা কৰা বুলি মীনাক্ষীয়ে সদৰী কৰিছে। উল্লেখ্য যে মীনাক্ষী পেছাত এগৰাকী জিম ট্রেইনাৰ। এই যাত্রাত মীনাক্ষীয়ে অসমৰ কথা বিশ্বৰ বিভিন্ন প্রান্তত লৈ গ’ল, ভ্রাতৃত্ববোধৰ প্ৰসাৰ কৰিলে। মীনাক্ষীৰ এই যাত্ৰাই আত্মবিশ্বাস আৰু সাহসেৰে নিজৰ পথত আগবাঢ়ি যাবলৈ বহু অসমীয়া যুৱতীক অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে।

মীনাক্ষীৰ এই বিশ্ব অভিলেখক সম্মান জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সন্মুখত ‘ৰঙালী’ নামৰ অনুষ্ঠানটোৱে সম্বর্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত, ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ লগতে বাইক ৰাইডাৰ সংস্থা, ছাত্র সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiMeenakshi Dastraveled 64 countriestwo-wheeler
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d