অসম জাতীয় পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহকৰ দৃশ্য

WhatsApp Image 2020 12 27 at 3.56.43 PM

আজি অসম জাতীয় পৰিষদৰ প্ৰথম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ কাৰ্যসূচীৰ মাজতে বঙাইগাঁৱৰ পৰা অহা ২২ লোকে দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ যোগদান কৰাসকলৰ ভিতৰত পঞ্চায়তীৰাজ ব্যৱস্থাৰ কেইবাগৰাকী নিৰ্বাচিত প্ৰতিনিধি আছে ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আটাইজনকে দলৰ মাফলাৰ পিন্ধাই দললৈ আদৰণি জনায়৷ যোগদান কৰাসকলৰ তালিকা এই বাৰ্তাৰ সৈতে সংলগ্ন কৰি দিয়া হৈছে ৷

Exit mobile version