- তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দৰ্শন কৰিলে কামাখ্যা মন্দিৰ ।
- আজি পুৱা ১০ বজাত মা কমাখ্যাৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে।
- মন্ত্রীগৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ত মন্দিৰৰ চৌহদত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় ।
গৃহমন্ত্ৰী অমিত শ্বাহৰ কামাখ্যা মন্দিৰ ভ্ৰমণ
-
By publisher
Related Content
Vijoy Mallya:ফ্ৰান্সৰ পৰা প্রৱঞ্চক ব্যৱসায়ী মালিয়াক আনিব ভাৰতলৈ চর্তহীন প্রত্যর্পণ দাবী ভাৰতৰ
By
publisher
April 27, 2024
WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ'ব পাৰে হোৱাটচআপ (WhatsApp) !
By
publisher
April 27, 2024