টেছলাৰ মডেল ৱাইয়ে নিউয়ৰ্কত আৰক্ষী বাহন  হিচাপে অৱতাৰণা কৰিব

GettyImages 1130611569

●মডেল ৱাইয়ে আৰক্ষীৰ গাড়ী হিচাপে বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিছে ।
●পূৰ্বৰ পৰাই মডেল ৩ আৰু এছ আৰক্ষীৰ বাহন হিচাপে ব্যৱহৃত হৈ আছে ।
●নিউয়ৰ্ক আৰক্ষী বিভাগে গাড়ীখন কমিচন কৰিছে ।
●নিউয়ৰ্ক আৰক্ষী বিভাগে জনায় যে টেছলাৰ মডেল ৱাইৰ বাহন ব্যৱহাৰৰ ফলত তেওঁলোকৰ পাঁচ বছৰত প্ৰায় ৮,৫২৫ ডলাৰ ধন ৰাহি হৈছে ।
●বাহনখনত লাইট, ছাইৰেন আৰু ৰেডিঅ’ৰ ব্যৱস্থা আছে ।

Exit mobile version