Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাশ্মীৰত আপেলৰ বাগানত বন বিভাগৰ উচ্ছেদ

publisher by publisher
December 28, 2020
in India, News
Reading Time: 1 min read
0
কাশ্মীৰত আপেলৰ বাগানত বন বিভাগৰ উচ্ছেদ
2
SHARES
18
VIEWS
ShareShareShareShare

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে জম্মু-কাশ্মীৰ প্ৰশাসনৰ নির্দেশত ১০ হেজাৰতকৈও অধিক আপেলৰ গছ কাটি পেলােৱা হৈছে। কে’ দশক ধৰি অক্লান্ত পৰিশ্ৰম কৰি সযতনে গঢ়ি তােলা আপেলৰ বাগান এনেদৰে ধ্বংস কৰি পেলােৱাত উপত্যকাটোত ক্ষোভৰ সৃষ্টি হৈছে। অভিযােগ অনুসৰি আপেলৰ বাগানবিলাক ৰাজ্যৰ বন বিভাগৰ ভূমি বেদখল কৰি স্থাপন কৰা হৈছিল।

ADVERTISEMENT

যােৱা বৰ্ষত সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পাছত দেশৰ অন্যান্য সাধাৰণ আইন ৰাজ্যখনত বলৱৎ হােৱাৰ সময়তে এনে পদক্ষেপ গ্রহণ কৰা হ’ল। উল্লেখ্য যে বংশ পৰম্পৰাৰ অধীনত লালিত-পালিত হৈ আহিছে এই আপেলৰ বাগানবিলাক। স্থানীয় বাসিন্দাসকলে আপেল বাগানৰ পৰিচৰ্যাৰ দ্বাৰাই শীতৰ বতৰত কিছু ধন উপার্জন কৰে; কিন্তু চকুৰ সন্মুখতেই এতিয়া আপেলৰ বাগানবিলাক ধূলিসাৎ হৈ পৰিছে।

RelatedPosts

কাশ্মীৰত সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড!

কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত দুই উপ-পৰিদৰ্শক

জম্মু-কাশ্মীৰৰ দ খাৱৈত পৰিল এখন সেনাবাহিনীৰ বাছ !

মধ্য কাশ্মীৰৰ বাদাম জিলাৰ কানিদাজানসহ ওচৰৰ অঞ্চলটোত মূলতঃ আপেলৰ গছবিলাক কাটি পেলােৱা হৈছে। গুর্জৰ তথা বাখৰৱাল গােষ্ঠীৰ মুছলিম যাযাবৰসকলে বাস কৰে জিলাখনত। ১৯৯১ত অনুসূচিত জাতিৰূপে স্বীকৃতি লাভ কৰে এই দুই গােষ্ঠীয়ে। অঞ্চলটোত পঁজা ঘৰ সাজি এই লােকসকলে বসবাস কৰি আছে। এই ঘৰবিলাকো এতিয়া উচ্ছেদ কৰা হৈছে। স্থানীয় বাসিন্দা প্রায় ৬০ বছৰ বয়সীয়া আব্দুল গণি রাগে জনােৱা অনুসৰি কাকো কোনাে ধৰণৰ কথা নজনােৱাকৈ যােৱা নৱেম্বৰত আপেলৰ গছবিলাক কাটি পেলােৱা হয়।

শ্রীনগৰৰ পৰা ৬০ কিলােমিটাৰ আঁতৰত ডেৰ বিঘা মাটি আছে আব্দুলৰ। তাতে আপেলৰ বাগান স্থাপন কৰিছিল। আব্দুলৰ অভিযােগ অনুসৰি কিছুদিন পূর্বে পুৱা তেওঁ ঘৰতে আছিল। হঠাৎ খবৰ পায় যে এদল লােকে কুঠাৰ-কৰত লৈ তেওঁৰ বাগানত উপস্থিত হৈছে।তেওঁ ততাতৈয়াকৈ বাগানলৈ যায়; কিন্তু তাত গৈ দেখে আৰক্ষী-চি আৰ পিৰ তত্ত্বাৱধানত বন বিভাগৰ লােকে এফালৰ পৰা আপেলৰ গছবােৰ কাটি গৈছে। আব্দুলৰ বাগানত ৫০ ডাল আপেলৰ গছ আছিল। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আব্দুলৰ সংসাৰ চলিছিল।

আব্দুলৰ সাতগৰাকী কন্যা। কন্যাসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আব্দুলে আৰক্ষীৰ ওচৰত অনুনয়-বিনয় কৰে; কিন্তু কোনাে লাভ নহ’ল। ৫০ বছৰ পূর্বে পিতৃৰ পৰা শিকি ৰােপণ কৰা আপেলৰ গছবিলাক এডাল- দুডালকৈ কাটি গৈছিল বন বিভাগৰ দলে। বন বিভাগৰ অর্ধশতাধিক কর্মীয়ে সমগ্র দিন ধৰি ১০ সহস্রাধিক আপেলৰ গছ কাটি পেলায়। স্থানীয় মহম্মদ আহচানে জনােৱা অনুসৰি গছ কটাৰ বিৰুদ্ধাচৰণ কৰিছিল অঞ্চলটোৰ বহুতে; কিন্তু চৰকাৰী কামত বাধা দিলে গােচৰ তৰাৰ ভাবুকি দিয়াত কলােৱে আঁতৰি যায়।

আহচানৰ মতে, আপেলৰ গছৰ ডাল সৰু তথা ঠুনুকা। ফলত কুঠাৰৰ ঘাপ সহিব নােৱাৰে। আন এজন (নাম প্রকাশত অনিচ্ছুক) লােকে কয় যে ইমানদিনে আপেলৰ বাগানতে সমগ্র দিনটো পাৰ হৈছিল; কিন্তু সেইদিনাৰ পৰা তেওঁ আৰু আপেল বাগানত ভৰিও দিয়া নাই। এতিয়া বাগানলৈ যাবলৈ মনত শক্তি নােহােৱা হৈছে। সাতপুৰুষ ধৰি গুৰ্জৰ তথা বাখৰৱাল গােষ্ঠীয়ে অঞ্চলটোত আপেলৰ বাগানৰে সংস্থাপিত হৈ আছে। এই দুই গােষ্ঠীৰ লগতে দেশত ১০ লাখৰাে অধিক অনুসূচিত জাতিয়ে অৰণ্যৰ অধিকাৰ আইন ভােগ কৰি আছে।

এনে অধিকাৰৰ ভিত্তিতে এই দুই গােষ্ঠীয়েও বন বিভাগৰ মাটিত বসবাস কৰি আছে। কাগজে-কলমেও এই মাটিৰ মালিকানা ভােগ কৰি আছে। অৱশ্যে ইমানদিনে জম্মু-কাশ্মীৰত এই আইন কার্যকৰী হােৱা নাছিল। যােৱা বছৰ সংৰক্ষিত ৰাজ্যৰ বিশেষ অধিকাৰ প্রত্যাহাৰৰ পাছত ১৫৫ খন কেন্দ্রীয় আইন উপত্যকাত কার্যকৰী হৈছে। অৰণ্যৰ অধিকাৰ আইনাে ৰাজ্যখনত কার্যকৰী হ’ব বুলি স্থানীয় প্রশাসনে আশ্বাস দিছিল।

তদানীন্তন মুখ্য সচিব বি ভি আৰ সুব্রহ্মণ্যমৰ কার্যালয়ৰ পৰা এই সন্দৰ্ভত জনায় যে ২০২১ৰ ১৫ জানুৱাৰীৰ ভিতৰত ভূমি সমীক্ষা সম্পূর্ণ হলে মাৰ্চৰ ভিতৰত উপত্যকাত অৰণ্যৰ অধিকাৰ আইন কার্যকৰী হ’ব। কিন্তু আইন কার্যকৰী হােৱাৰ পূর্বেই আপেল বাগানত উচ্ছেদ চলােৱা হ’ল। ইয়াৰ পাছত ৰাজনৈতিক তথা ধর্মীয় উদ্দেশ্য লুকাই থকা বুলিও স্থানীয় লােকসকলে অভিযােগ কৰিছে।

সম্প্রতি উপত্যকাটোত এই দুই গােষ্ঠীৰ প্রায় ২০ লাখ লােকে বসবাস কৰি আছে। উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ১২ শতাংশ এই দুই গােষ্ঠীৰ লােক উপত্যকাটোত এই দুই গােষ্ঠীৰ লােকসকল তৃতীয় বৃহত্তম সম্প্রদায়। এই দুই গােষ্ঠীক উচ্ছেদ আইন বিৰুদ্ধ কাম বুলিও ক’ব বিচাৰে অধিবক্তাসকলে। সেয়েহে এতিয়া এই দুই গােষ্ঠীক ক্ষতিপূৰণ দিয়াৰাে দাবী উত্থাপন কৰা হৈছে। ইফালে, ২০১৯ ১৩ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ৰাজ্যবিলাকক দিয়া এক নির্দেশত অৰণ্য আইনৰ অধীনত নপৰাসকলক অবিলম্বে উচ্ছেদ কৰিবলৈ কৈছিল; কিন্তু নির্দেশক লৈ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হােৱাত এটা পযেকৰ ভিতৰতে এই সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে এই স্থগিতাদেশৰ পাছতে উপত্যকাটোত আপেল বাগানত উচ্ছেদ চলােরা হ’ল বুলি অভিযােগ উত্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Apple OrchardskASHMIR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d