ৰাকুলপ্ৰিত সিং ক’ভিড মুক্ত

76817714

জনপ্ৰিয় অভিনেত্ৰী ৰাকুলপ্ৰিত সিঙে আজি টুইটযোগে জনায় যে তেওঁ বৰ্তমান ক’ভিড নিগেটিভ । যোৱা সপ্তাহ কৰ’নাত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী ।

টুইটত তেওঁ লিখে ‘বৰ্তমান মই সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছো । মই ছেয়াৰ কৰিবলৈ সুখী যে ক’ভিড-১৯ পৰীক্ষণত মোৰ ফলাফল নিগেটিভ আহিছে । আপোনালোকৰ শুভকামনা আৰু ভালপোৱাৰ বাবে ধন্যবাদ । অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো সুস্বাস্থ্য আৰু ইতিবাচক চিন্তাৰে আগন্তুক নৱ বৰ্ষ ২০২১ৰ বাবে ।’

Exit mobile version