উত্তৰ প্ৰদেশৰ মুৰদনগৰৰ শ্মশানৰ ছাদ খহি মৃত্যু ১৮গৰাকীৰ

22222

তথ্য অনুসৰি আত্মীয়জনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাদৰ তলত থিতাপি লওঁতে ছাদখন খহি পৰাত মৃত্যু মুখত পৰে ১৮গৰাকীলোক । আঘাতপ্রাপ্তলোক সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ADVERTISEMENT

আনহাতে দুৰ্ঘটনাত মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখ টকাৰ সাহাৰ্য ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্য নাথ যোগীৰ।

Exit mobile version